ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan Businessman frauded foreigner : ৩০০ টকীয়া গহনা ৬ কোটিত বিক্ৰী বিদেশী মহিলাক, ৰাজস্থানৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 12, 2024
Reading Time: 1 min read
A A
0
Rajasthan Businessman frauded foreigner : ৩০০ টকীয়া গহনা ৬ কোটিত বিক্ৰী বিদেশী মহিলাক, ৰাজস্থানৰ দোকানীৰ বিৰুদ্ধে এজাহাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

হস্তনিৰ্মিত গহনা কিনি ভালপায় আমেৰিকাৰ যুৱতী (American girl) গৰাকীয়ে। সেয়ে যেতিয়াই দেশ-বিদেশৰ যিকোনো ঠাইতে ভাল গহনা দেখে, তেতিয়াই তেওঁ সেয়া সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই চখৰ বাবেই ঠগ খালে যুৱতীগৰাকীয়ে। এক হস্তশিল্পকৰ্ম দেখাৰ পিছত তেওঁ সেয়া আচল নে নকল বিচাৰ নকৰাকৈয়ে ক্ৰয় কৰে। পিছত তেওঁ ক্ৰয় কৰা গহনা প্ৰদৰ্শনীত দেখুৱাইহে জানব পাৰে যে গহনাবোৰ ভুৱা। ইয়াৰ পিছতে ৰাজস্থানৰ এখন গহনা দোকানৰ মালিকৰ বিৰুদ্ধে অত্যধিক মূল্যত ভুৱা গহনা বিক্ৰীৰ অভিযোগ (Allegations of selling fake jewellery) দাখিল কৰে। অভিযুক্তৰ নাম গৌৰৱ ছোনী (Accused name Gaurav Soni)।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২২ চনৰ পৰাই আমেৰিকান যুৱতী চেৰিছে গৌৰৱৰ সৈতে ইনষ্টাগ্ৰামত আছে। তাৰ পিছত আমেৰিকাৰ পৰা ৰাজস্থানলৈ গহনা কিনিবলৈও যায়। জয়পুৰৰ জহৰি বজাৰ (Jaipur’s Zahri Bazaar)ৰ গৌৰবৰ দোকানলৈ যোৱাৰ পিছত চেৰিছে সোণেৰে পলিচ কৰা ৰূপৰ গহনা পছন্দ কৰে। ভাৰতীয় মুদ্ৰাত ৬ কোটি টকাত উক্ত গহনা ক্ৰয় কৰি তেওঁ আমেৰিকালৈ উভতি যায়।

fack 1 | ASSAM TIMES POST

এপ্ৰিল মাহত আমেৰিকাত অনুষ্ঠিত এখন প্ৰদৰ্শনীত চেৰিছে ৰূপৰ গহনাখিনি প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। তেতিয়া তেওঁ গম পায় যে উক্ত গহনাবোৰ নকল। ৩০০ টকাৰ গহনা ৬ কোটি টকাত (Jewellery worth Rs 300 at Rs 6 crore) কিনি ঠগ খায় যুৱতীগৰাকী। লগে লগে আমেৰিকাৰ পৰা পুনৰ জয়পুৰলৈ গৈ গৌৰৱক লগ কৰে।

আনহাতে, ভুৱা গহনা বিক্ৰীৰ বিষয়টো উত্থাপন কৰাৰ সময়ত গৌৰৱে সেয়া অস্বীকাৰ কৰে। ইয়াৰ পিছতে তেওঁ জয়পুৰ থানালৈ গৈ গৌৰৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আনকি তেওঁ আমেৰিকাৰ দূতাবাসৰ পৰাও সহায় বিচাৰে। দূতাবাসৰ হৈ জয়পুৰ আৰক্ষীক তৎকালীনভাৱে তদন্ত আগবঢ়াই নিবলৈ অনুৰোধ জনোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গৌৰৱ আৰু তেওঁৰ পিতৃ ৰাজেন্দ্ৰ ছোনী দুয়ো পলাতক অৱস্থাত আছে। দুয়োৰে সন্ধানত আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰিছে।

Tags: Rajasthan Businessmanfraudedforeignersellingfakejewelleryৰাজস্থানৰদোকানী
Share4Tweet3Send

Related Posts

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

by Staff Reporter
June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ
National-International

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

by Staff Reporter
June 11, 2026
50
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

by Staff Reporter
June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

by News Desk
June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

by News Desk
June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

by News Desk
June 10, 2026
50
ADVERTISEMENT
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ
National-International

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

June 11, 2026
50
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

June 11, 2026
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx