ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Assam Cabinet Nalbari I ৰাজ্যত শীঘ্ৰে ৩৫ হাজাৰ শিক্ষক নিযুক্তি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 27, 2024
Reading Time: 1 min read
A A
0
Assam Cabinet Nalbari I ৰাজ্যত শীঘ্ৰে ৩৫ হাজাৰ শিক্ষক নিযুক্তি

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

New Logo Smal 4 | ASSAM TIMES POST

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ ১৪ সংখ্যক কেবিনেট (Assam Cabinet) বৈঠক। এই কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজিৰ কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল :

Assam Cabinet Nalbari I
ৰাজ্যত শীঘ্ৰে ৩৫ হাজাৰ শিক্ষক নিযুক্তি:

– নতুনকৈ ৩৫ হাজাৰ শিক্ষক পদ সৃষ্টিৰ সিদ্ধান্ত৷ ইয়াৰ দ্বাৰা সৰ্বশিক্ষাত কৰ্মৰত অনিয়মীয়া শিক্ষকসকলে নতুন পদত আবেদনৰ সুবিধা লাভ কৰিব৷ ইয়াৰ দ্বাৰা ৩৫ হাজাৰ অনিয়মীয়া শিক্ষকৰ পদ বিলুপ্ত কৰাৰ সিদ্ধান্ত৷

– পৰিবহণ বিভাগ আৰু যান-বাহন শাখাৰ আৰক্ষীয়ে হেলমেট নিপিন্ধাৰ বাহিৰে বাইক আৰোহীৰ পৰা আন কাৰণত জৰিমনা বিহিব নোৱাৰিব৷

– কৰিমগঞ্জত পানীযোগান আঁচনিৰ বাবে ৮১ কোটি আৰু হাইলাকান্দিৰ বাবে ৭২ কোটিৰ অনুমোদন। গুৱাহাটীৰ আজাৰাত সভাঘৰ আৰু ডিব্ৰুগড়ৰ ইস্কন মন্দিৰৰ বাবে ভূমি আবণ্টন।

– কেবিনেট বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়নত কৰ্মৰত অভিযন্তাৰ পদোন্নতিত অনুমোদন। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ সৰু সৰু বজাৰ ডাকত দিয়াৰ ব্যৱস্থাৰ অৱসান৷ বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত উপ-সমিতিয়ে বজাৰ নিলামত দিয়া ব্যৱস্থা বন্ধ কৰিব।

– নলবাৰীৰ ৩৪৭ গৰাকী অ’ বি বি শিক্ষকক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ২ লাখ টকাকৈ সাহায্য। নলবাৰীৰ ঐতিহাসিক হৰিমন্দিৰ, বিল্বেশ্বৰ দেৱালয়, বালিলেচাৰ শ্ৰীশ্ৰী কালী দেৱালয় আৰু বাঘেশ্বৰী মন্দিৰৰ উন্নয়নৰ বাবে ১২ কোটি টকাৰ অনুমোদন৷

– নলবাৰীত নতুন আৱৰ্ত ভৱন নিৰ্মাণত অনুমোদন। এম এন চিত বিজ্ঞান শাখা, বৰক্ষেত্ৰী মুকালমুৱা আৱাস স্কুলৰ ঠাইত স্নাতক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত

– পশ্চিম নলবাৰীৰ বান সমস্যা সমাধান কৰাৰ বাবে বুঢ়াদিয়া আৰু মৰাপাগলাদিয়া নদীত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত।

– নলবাৰী মেডিকেল কলেজলৈ ৰাষ্ট্ৰীয় ঘাইপথত উৰণ সেতু নিৰ্মাণ, ষ্টেডিয়াম নিৰ্মাণ, ধমধমাত দক্ষতা বিকাশ প্ৰকল্প নিৰ্মাণত অনুমোদন৷

FB IMG 1719501077494 | ASSAM TIMES POST

– শৰণীয়া কছাৰীসকলক বড়ো সম্প্ৰদায়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ সিদ্ধান্ত৷

– সাংবাদিকক পেন্সন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীৰ ঘোষণা৷
–

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: শিক্ষক নিযুক্তিৰাজ্যত শীঘ্ৰে ৩৫ হাজাৰ
Share4Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
55
ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d