ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Reserve Bank of India I বিগত বিত্তীয় বৰ্ষত দেশত ৪.৭ কোটি নতুন কৰ্মসংস্থাপন, ৰিজাৰ্ভ বেংক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 9, 2024
Reading Time: 1 min read
A A
0
Reserve Bank of India I বিগত বিত্তীয় বৰ্ষত দেশত ৪.৭ কোটি নতুন কৰ্মসংস্থাপন, ৰিজাৰ্ভ বেংক

Oplus_0

RELATED POSTS

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

২০২৩-২৪ বিত্তীয় বৰ্ষত দেশত ৪ কোটি ৭০ লাখ নতুন চাকৰিৰ সৃষ্টি হৈছে। সোমবাৰে প্ৰকাশিত ৰিজাৰ্ভ বেংকৰ (Reserve Bank) এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। নিয়োগ বৃদ্ধিৰ হাৰো বৃদ্ধি পাইছে। ২০২২-২৩ বিত্তীয় বৰ্ষত এই হাৰ আছিল ৩.২ শতাংশ। যোৱা বিত্তীয় বৰ্ষত এই হাৰ ৬ শতাংশ বৃদ্ধি পাইছে।

Reserve Bank of India I
বিগত বিত্তীয় বৰ্ষত দেশত ৪.৭ কোটি নতুন কৰ্মসংস্থাপন, ৰিজাৰ্ভ বেংক:

ৰিজাৰ্ভ বেংকে ‘ক্লেইমছ’ ডাটাবেছত দাখিল কৰা বিভিন্ন তথ্য বিশ্লেষণ কৰি ২৭টা ক্ষেত্ৰত নিয়োগৰ হাৰ বিশ্লেষণ কৰিছে। এই ২৭টাত কৃষি, মীন, খনন আৰু উৎপাদন আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ এই তথ্যই অৱশ্যে নতুন বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। কাৰণ শেহতীয়াকৈ ব্যক্তিগত সংস্থা “চিটি গ্ৰুপ ইণ্ডিয়া”ই ভাৰতত নিয়োগৰ হাৰ সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭ শতাংশ হোৱাৰ পিছতো কৰ্মসংস্থাপন প্ৰয়োজনৰ দৰে ভাল নহয়। বৰ্তমানৰ অৰ্থনৈতিক বিকাশৰ হাৰ বজাই ৰাখিলে বছৰি ৮০ৰ পৰা ৯০ লাখ চাকৰিৰ সৃষ্টি হ’ব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কিন্তু নিবনুৱা সমস্যা ৰোধ কৰিবলৈ অহা দশকত প্ৰতিবছৰে ১২ কোটি চাকৰিৰ প্ৰয়োজন।

সোমবাৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে অৱশ্যে ব্যক্তিগত সংস্থাটোৰ প্ৰতিবেদন নাকচ কৰে। ‘পিৰিয়ডিক লেবাৰ ফ’ৰ্চ ছাৰ্ভে’ আৰু ৰিজাৰ্ভ বেংকৰ ‘ক্লেইমছ’ ডাটাবেছৰ পৰিসংখ্যা অনুসৰি, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈকে দেশত ৮ কোটি নতুন চাকৰিৰ সৃষ্টি হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নতুন কৰ্মসংস্থাপনবিগত বিত্তীয় বৰ্ষত দেশত ৪.৭ কোটিৰিজাৰ্ভ বেংক
Share4Tweet3Send

Related Posts

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

by News Desk
September 28, 2026
50
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

by News Desk
September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
52
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
52
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
52
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
50
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
50
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d