ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Rape Murder Case : আৰ জি কৰৰ ফৰেনছিক প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন চিবিআইৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2024
Reading Time: 1 min read
A A
0
RG Kar Rape Murder Case : আৰ জি কৰৰ ফৰেনছিক প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন চিবিআইৰ

RELATED POSTS

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

New Logo Smal 1 | ASSAM TIMES POST

চিবিআয়ে (CBI) সোমবাৰে উচ্চতম ন্যায়ালয় (Supreme Court)ত আৰ জি কৰ গোচৰ (RG Kar case)ৰ ফৰেনছিক প্ৰতিবেদন সন্দৰ্ভ (Forensic Report Reference)ত প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে কলকাতা আৰক্ষীয়ে দিয়া ফৰেনছিক ৰিপ’ৰ্ট দিল্লী এইমছলৈ প্ৰেৰণ কৰিব বিচাৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ঘটনাস্থলীৰ পৰা কোনে ফৰেনছিক নমুনা সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে অপৰাধস্থলীৰ পৰা ফৰেনছিক নমুনা কোনে সংগ্ৰহ কৰিছিল সেই প্ৰশ্নটোও ‘গুৰুত্বপূৰ্ণ’। চিবিআয়ে উচ্চতম ন্যায়ালয়ত দাবী কৰে যে এনে ঘটনাৰ পিছত প্ৰথম পাঁচ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। কিন্তু পাঁচ দিনৰ পিছত তেওঁলোক সেই স্থানলৈ যায়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দাবী কৰিছে যে তেতিয়ালৈকে কিছু ‘সলনি’ হৈ গৈছিল।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত চিবিআইৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই অনুৰোধ জনায়। চিবিআইৰ হৈ তেওঁ আদালতত কয়, “ফৰেনছিক টেষ্টৰ ৰিপ’ৰ্ট আমাৰ হাতত আছে। তাত কোৱা হৈছে যে পুৱা ৯.৩০ বজাত মৃতদেহ উদ্ধাৰ হয়, তেতিয়া তেওঁৰ জিন্স আৰু অন্তৰ্বাস খোলা আছিল। কাষতে পৰি আছিল সেইখিনি। অৰ্ধ উলংগ শৰীৰত আঘাতৰ চিন আছিল। তেওঁলোকে (কলকাতা আৰক্ষী) নমুনা লৈছিল। তেওঁলোকে নমুনাটো পশ্চিমবংগৰ চি এফ এছ এললৈ (চেণ্ট্ৰেল ফৰেনছিক ছায়েন্স লেবৰেটৰী) প্ৰেৰণ কৰে।” চিবিআয়ে এই নমুনাটো এইমছৰ লগতে আন কিছুমান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লৈছে।

RG 1 | ASSAM TIMES POST
আৰ জি কৰৰ ফৰেনছিক প্ৰতিবেদনক লৈ প্ৰশ্ন উত্থাপন চিবিআইৰ

কিন্তু চিবিআইৰ অধিবক্তাগৰাকীয়ে স্পষ্টকৈ কোৱা নাই যে সঠিকভাৱে কি নমুনা সংগ্ৰহ কৰা হৈছে। তাৰ বিপৰীতে কয়, “মানুহ প্ৰৱেশ কৰি আছিল। উলংগ হৈ আছিল যুৱতীগৰাকী। এয়া এফ এছ এলৰ ফলাফল। গতিকে কোনে নমুনা সংগ্ৰহ কৰিছিল সেয়াও গুৰুত্বপূৰ্ণ। চিবিআইৰ অধিবক্তাই কয়, “ফৰেনছিক ৰিপ’ৰ্টক লৈয়ো এটা প্ৰশ্ন আছে। গতিকে চিবিআয়ে সেই সকলোবোৰ নমুনা এইমছ বা আন কোনো পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।” এই ঘটনাৰ পিছৰ প্ৰথম পাঁচ ঘণ্টা অতি গুৰুত্বপূৰ্ণ বুলিও দাবী কৰে চিবিআয়ে। তেওঁলোকৰ অধিবক্তাই কয়, “এনে ঘটনাৰ পিছত প্ৰথম পাঁচ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। কিন্তু আমি পাঁচদিন পিছতহে তালৈ গ’লোঁ৷ তাৰ পিছত কিছু সলনি হ’ল।”

আনহাতে, সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়েও প্ৰশ্ন উত্থাপন কৰে যে ঘটনাৰ দিনটোত আৰ জি কৰ মেডিকেল কলেজৰ চিচিটিভি ফুটেজ চিবিআয়ে লাভ কৰিছিল নেকি? তেওঁ কয়, “আৰ জি কৰৰ ক্ষেত্ৰত চিচিটিভিৰ ফুটেজত অভিযুক্তক বাৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা গৈছিল। ফলত পুৱা ৪.৩০ বজাৰ পৰা ফুটেজ হোৱাৰ কথা। সেই ফুটেজ চিবিআইক দিয়া হৈছিল নেকি?” চিবিআয়ে কয় যে তেওঁলোকক মুঠ ২৭ মিনিটৰ চাৰিটা ক্লিপিং দিয়া হৈছিল। তদন্ত সন্দৰ্ভত ৰাজ্যৰ হাতত থকা সকলো তথ্য চিবিআইক অৰ্পণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RGKarRapeMurderCaseআৰজিকৰঘটনা
Share4Tweet3Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

by News Desk
October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

by News Desk
October 2, 2026
50
Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ
National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

by News Desk
October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

by News Desk
October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
51
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
51
ADVERTISEMENT
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d