ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Tangla double murder : কি দোষ আছিল দুই শিশু-কিশোৰ ভাতৃৰ, যাৰ বাবে ডিঙি কাটি হত্যা কৰিলে নৰপিশাছে

নিউজ ডেস্কঃ

News Desk by News Desk
December 21, 2024
Reading Time: 1 min read
A A
0
Tangla double murder : কি দোষ আছিল দুই শিশু-কিশোৰ ভাতৃৰ, যাৰ বাবে ডিঙি কাটি হত্যা কৰিলে নৰপিশাছে

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

New Logo Smal 3 | ASSAM TIMES POST

ভাবিলেও গাৰ নোম শিয়ৰি উঠা এক ঘটনা। ভবাটো বাদেই, কল্পনাও কৰিব নোৱাৰি এই নৃশংস কাণ্ড (brutal act)। যিমান পাষাণ হৃদয়ৰ লোকেই নহওক কিয়, এই কাণ্ড কৰাৰ পূৰ্বে এবাৰ হ’লেও হাত কঁপিব, বুকু বিষাব। কিন্তু সেয়াই সংঘটিত হ’ল। যাক ভাষাৰে ব্যাখ্যা কৰিব নোৱাৰি।
হয়, ওদালগুৰি জিলাৰ টংলা (Tongla in Udalguri district)ৰ দুই ভাতৃৰ হত্যাকাণ্ডৰ কথাকে উল্লেখ কৰিব বিচৰা হৈছে। কি দোষ আছিল ফুলকুমলীয়া, নিষ্পাপ দুই ভাতৃৰ। যাৰ বাবে ইমান ডাঙৰ এক শাস্তি প্ৰদান কৰা হ’ল?

গৌৰৱ শৰ্মা (Gaurav Sarma) আৰু কৌশিক শৰ্মা (Kaushik Sarma)। দুই ভাতৃ, এজনৰ বয়স ১২ আৰু আনজনৰ ১৪ বছৰ। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যায়লৰ ছাত্ৰ দুয়ো। শুকুৰবাৰে স্কুললৈ পৰীক্ষা দিবলৈ গৈ জীৱন্তে উভতি নাহিল দুয়ো। তাৰ পৰিৱৰ্তে পিতৃ-মাতৃৰ বুকু শুদা কৰি আৰু সহস্ৰজনক শোক সাগৰত ডুবাই থৈ ডিঙি কটা অৱস্থাত নিথৰ দেহ হৈ উভতি আহিল!

Tangla | ASSAM TIMES POST
টংলাত দুই শিশু-কিশোৰ ভাতৃৰ ডিঙি কাটি হত্যা নৰপিশাছৰ

ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হয় দুই ভাতৃৰ মৃতদেহ (Bodies of two brothers recovered)। কিন্তু মহেন্দ শৰ্মা নামৰ পেছাত এগৰাকী গাড়ীচালকৰ দুই পুত্ৰক কোনে এনেদৰে নৃশংসভাৱে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰত নিৰুদ্দেশ হোৱা দুই ভাতৃৰ মৃতদেহ শনিবাৰে পুৱা সস্তপাৰাত ডিঙি কটা অৱস্থাত জংঘলত উদ্ধাৰ হয়।স্কুলৰ ইউনিফৰ্ম পৰিধান কৰা অৱস্থাতে দুই ছাত্ৰৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে প্ৰাতঃভ্ৰমণলৈ যোৱা স্থানীয় লোকে। লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে।আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে।

শুকুৰবাৰে পৰীক্ষা দিবলৈ গৈ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ দুই ছাত্ৰ স্কুলত উপস্থিত নোহোৱাত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাতৃলৈ ফোন কৰি খবৰ লয়। ইফালে দুই সন্তান বিদ্যালয়লৈ নোযোৱা বুলি জানিব পাৰি পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। ততাতৈয়াকৈ টংলা আৰক্ষী থানাত পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰাৰ লগতে তেওঁলোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে। কিন্তু আজি পুৱা ডিঙি কটা অৱস্থাত স্থানীয় ৰাইজে টংলাৰ যোৰপুখুৰীৰ ওচৰৰ জংঘলত প্ৰত্যক্ষ কৰে দুই ভাতৃৰ মৃতদেহ। লগে লগে দুই কণমানি ছাত্ৰক অতি নৃশংসতাৰে কোনে কিয় হত্যা কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। স্থানীয় লোকৰ সন্দেহ, পৰিয়ালকেন্দ্ৰিক শত্ৰুতাৰ বাবেই হয়তো দুই কণমানি ছাত্ৰক হত্যা কৰিব পাৰে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে এই কথা পোহৰলৈ আহিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TanglaDoubleMurderটংলাদুইভাতৃৰহত্যা
Share5Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d