ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

CM on Mahbubul Hoque detained : মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2025
Reading Time: 1 min read
A A
0
CM on Mahbubul Hoque detained : মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

পৰীক্ষাত শিক্ষাৰ্থীক বিশেষ সুবিধা প্ৰদানৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰ সলনি আৰু অসৎ উপায়েৰে সহায়ৰ অভিযোগত আটক হোৱা ইউ এছ টি এমৰ উপাচাৰ্য (Vice Chancellor of USTM) মহবুবুল হক (Mahbubul Haque) সন্দৰ্ভত ডাঙৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী (Chief Minister’s big blast)ৰ।

মহবুবুল হকক আটক সন্দৰ্ভত (connection with the detention of Mohbubul Haque) সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, “আমি কিছুদিন ধৰি এটা বৃহৎ চক্রক নিৰীক্ষণ কৰি আছিলোঁ। চক্রটিয়ে মেডিকেল, ইঞ্জিনিয়াৰিঙৰ প্রৱেশ পৰীক্ষা আৰু চি বি এছ ই পৰীক্ষাৰ আগত শিক্ষার্থীসকলৰ চেণ্টাৰ সলনি কৰে আৰু কিছু নির্দিষ্ট স্কুললৈ লৈ যায়। এনে কৰাৰ আঁৰত তেওঁলোকৰ এক অনৈতিক ব্যৱস্থা লুকাই আছে। শিক্ষা ব্যৱস্থাত এনে অপকর্ম ৰুধিবলৈ আমি দায়বদ্ধ।”

ustm 1 | ASSAM TIMES POST
মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

তেওঁ লগতে কয়, “গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চি বি এছ চি পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হয়। পিছত যেতিয়া তাতে সুবিধা নাপালে ল’ৰা-ছোৱালীখিনিয়ে হুলস্থুল কৰিলে। লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। এইটো চি বি এছ চিতে সীমাবদ্ধ নাথাকি মেডিকেল প্ৰৱেশ পৰীক্ষাতো চলি থকা ডাঙৰ প্ৰবঞ্চনা এটা পোহৰলৈ আহিছে।”

আনহাতে, মহবুবুল হকক পুনৰ আক্ৰমণ কৰি তেওঁ কয়, “মই আগতেই কৈ আহিছোঁ যে এই মানুহজন বহুত ডাঙৰ প্ৰবঞ্চক হয়। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁৰ অধীনলৈ লৈ আহি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আহিছিল।”

Tags: CMonMahbubulHoqueDetainedমহবুবুলহকআটকসন্দৰ্ভত
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx