ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Minor Rape Case I নৃশংসতাৰ সীমা অতিক্ৰম, ৫ বছৰীয়া ধৰ্ষিতাৰ যৌনাংগত পৰিল ২৮ টা চিলাই

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 28, 2025
Reading Time: 1 min read
A A
0
Outrage in Dibrugarh After Woman Allegedly Molested in Milan Nagar :

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

মধ্যপ্ৰদেশত এজন ১৭ বছৰৰ কিশোৰে এটা পাঁচ বছৰীয়া শিশুক জঘন্যভাৱে ধৰ্ষণ (Rape) কৰে। গোৱালিয়ৰৰ এখন চিকিৎসালয়ত শৰীৰত একাধিক আঘাত, মূৰত গুৰুতৰভাৱে আঘাত আৰু যৌনাংগত ২৮টা চিলাই লৈ এতিয়া সংকটজনক অৱস্থাত আছে শিশুটি।

Minor Rape Case I
নৃশংসতাৰ সীমা অতিক্ৰম, ৫ বছৰীয়া ধৰ্ষিতাৰ যৌনাংগত পৰিল ২৮ টা চিলাই:

এই ঘটনাটোত সকলো স্তম্ভিত হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মধ্যপ্ৰদেশৰ শিৱপুৰীৰ বাসিন্দা শিশুটি যোৱা ২৩ ফেব্ৰুৱাৰীত ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল।

প্ৰায় দুঘণ্টাৰ পিছত চুবুৰীটোৰ এটা ঘৰৰ বেলকনিত তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। মূৰত গুৰুতৰ আঘাতৰ উপৰি গোটেই শৰীৰ আৰু যৌনাংগত অসংখ্য আঁচোৰ আৰু কামোৰৰ চিন দেখা গৈছিল।  লগে লগে অনুমান কৰা হয় যে ধৰ্ষণৰ পিছত শিশুটিৰ মূৰটো বেৰত খুন্দিয়াই হত্যা কৰিব বিচাৰিছিল।

উদ্ধাৰৰ পিছত তেওঁক ততাতৈয়াকৈ গোৱালিয়ৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত প্ৰায় দুঘণ্টামান অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁক কিবা প্ৰকাৰে সুস্থ কৰা হয়। চিকিৎসকে জনোৱা মতে, শিশুটিৰ যৌনাংগত কমেও ২৮টা চিলাইৰ প্ৰয়োজন হৈছিল। তদুপৰি ৰডৰ দৰে বস্তু এটা জোৰকৈ যৌনাংগত সুমুৱাই দিয়া হৈছিল।  যাৰ বাবে বৃহদান্ত্ৰৰ ক্ষতি হয়। তাৰ বাবেও অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে।

আৰক্ষীৰ মতে, সেই সময়ত অভিযুক্তই সুৰাপান কৰি আছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে শিশুটিৰ পৰিয়ালে। স্থানীয় ৰাইজেও দোষীক শাস্তি প্ৰদানৰ দাবীত অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, ৰাজনৈতিক মতানৈক্য পাহৰি অঞ্চলটোৰ বিজেপি আৰু কংগ্ৰেছ নেতাসকলেও একেলগে মাত মাতিছে। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবীত জিলা প্ৰশাসনক স্মাৰক পত্ৰ দাখিল কৰা হৈছে।

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx