ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলংত আম্বানিৰ বায় গেছ প্ৰকল্প: ভূমি প্ৰদানৰ সন্দৰ্ভত আলোচনা আৰু প্ৰতিবাদ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 8, 2025
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

শণিবাৰে দিনৰ প্ৰায় তিনি বজাত ডিফুৰ আৰবৰেটাম ও ক্ৰাফ্ট চেণ্টাৰত সভাকক্ষত কাৰবি আংলঙৰ ভূমিত আম্বানিক বায় গেছ উৎপাদনৰ হেতু নেপ্ৰিয়া ঘাঁহ ৰুবলৈ ভূমি প্ৰদান সন্দৰ্ভত  দল-সংগঠনৰ সৈতে ৰুদ্ধদবাৰ বৈঠকত মিলিত হয় কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ বৈঠকৰ  সমগ্ৰ আলোচনা কালত সংবাদ মাধ্যমৰ প্ৰবেশ নিষিদ্ধ  আছিল ৷

কাৰবি আংলংত আম্বানিৰ বায় গেছ প্ৰকল্প: ভূমি প্ৰদানৰ সন্দৰ্ভত আলোচনা আৰু প্ৰতিবাদ
কাৰবি আংলংত আম্বানিৰ বায় গেছ প্ৰকল্প: ভূমি প্ৰদানৰ সন্দৰ্ভত আলোচনা আৰু প্ৰতিবাদ

আলোচনাৰ অন্তত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলোৱে আম্বানিৰ প্ৰকল্পৰ বাবে মাটি দিয়াত সন্মতি প্ৰকাশ কৰা বুলি কয় ৷ কিন্তু কিমান মাটি আৰু ক’ত মাটি দিয়া হ’ব সেয়া কোৱাৰ পৰা তেওঁ বিৰত থাকে ৷
আনহাতে আলোচনাত উপস্থিত থকা APHLC দলৰ সভাপতি জনচ্ ইংতি কাথাৰে কয় যে নেপিয়াৰ গ্ৰাছ লগাবলৈ আম্বানিক কিয় মাটি দিব লাগিছে । তাতকৈ আমাৰ কাৰবি মানুহে কৰি ঝাৰু খেতিৰ ব্যৱসায়ীক বজাৰ দিবলৈ চেষ্টা কৰক ৷

সংবাদ মাধ্যমৰ পৰা নিলগত অনুষ্ঠিত কৰা সভাখনত বহু কেইটা সংগঠনৰ নেতা আৰু সমাজ কৰ্মীয়ে আম্বানিক মাটি দিয়াৰ বিৰোধিতা কৰা বুলি জানিব পৰা গৈছে ৷

Tags: APHLCআম্বানিকআলোচনাআৰবৰেটামউৎপাদনকাৰবি আংলঙকাৰবি মানুহক্ৰাফ্ট চেণ্টাৰখেতিৰ ব্যৱসায়চিইএমজনচ্ ইংতি কাথাডিফুৰতুলিৰাম ৰংহাঙদল সংগঠনদিনৰ তিনিবজানেপিয়াৰ গ্ৰাছনেপ্ৰিয়া ঘাঁহপ্ৰবেশ নিষিদ্ধবজাৰবায় গেছবিৰোধিতাবৈঠকভূমি প্ৰদানমাটিমুখ্য কাৰ্যবাহী সদস্যশণিবাৰসংগঠনসংবাদ মাধ্যমসন্মতিসভাকক্ষসভাপতিসমাজ কৰ্মীৰুদ্ধদবাৰ বৈঠক
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx