ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

ধুমুহাৰ প্ৰচণ্ড আক্ৰমণ: ডিফু মাঞ্জা পথৰ ৯ মাইল অঞ্চলত বিস্তৰ ক্ষতি

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 16, 2025
Reading Time: 1 min read
A A
0
ধুমুহাৰ প্ৰচণ্ড আক্ৰমণ: ডিফু মাঞ্জা পথৰ ৯ মাইল অঞ্চলত বিস্তৰ ক্ষতি

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

শুকুৰবাৰে বিয়লি প্ৰায় তিনিমান  বজাত হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ডিফু মাঞ্জা পথৰ ৯ মাইল  অঞ্চলৰ বিস্তৰ ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি তীব্ৰ বেগে অহা ধুমুহাৰ ফলত  ডিফু মাঞ্জা পথৰ কেইবা ঠাইতো প্ৰকাণ্ড প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰি পৰাৰ ফলত দীৰ্ঘ সময়লৈকে যাতায়ত তথা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে ৷

ধুমুহাৰ প্ৰচণ্ড আক্ৰমণ: ডিফু মাঞ্জা পথৰ ৯ মাইল অঞ্চলত বিস্তৰ ক্ষতি
ধুমুহাৰ প্ৰচণ্ড আক্ৰমণ: ডিফু মাঞ্জা পথৰ ৯ মাইল অঞ্চলত বিস্তৰ ক্ষতি

ইয়াৰোপৰি মাঞ্জা ৯ মাইল এজন লোকৰ ঘৰৰো ধুমুহা বৰষুণত বিস্তৰ ক্ষতি সাধন হয় ৷ফলত মূল পথটোৰ দুয়োকাষে শ শ গাড়ী দীৰ্ঘ সময়ৰ বাবে আৱদ্ধ হৈ পৰে ৷ পিছত মধ্য সংমণ্ডলৰ লোক ঘটনা স্থলীত উপস্থিত হৈ মাঞ্জা আৰক্ষীৰ সহযোগত এটা জেচিবি আৰু ফকলেনেৰে গছ জোপা ৰাস্তাৰ পৰা আঁতৰাই দিয়াত যান-বাহনৰ চলাচল স্বাভাৱিক হয় ৷

Tags: ক্ষতি সাধনগছ পথৰ ওপৰতঘটনা স্থলীত উপস্থিতজেচিবিডিফু মাঞ্জা পথতীব্ৰ বেগদীৰ্ঘ সময়ধুমুহাপ্ৰকাণ্ড গছফকলেনেৰে গছ আঁতৰোৱাবিদ্যুৎ সেৱাবৰষুণবৰষুণৰ ফলত ক্ষতি.মধ্য সংমণ্ডলমাঞ্জা আৰক্ষীমাঞ্জা ৯ মাইলমূল পথটোৰ আৱদ্ধযাতায়ত ব্যাহতযাতায়ত সমস্যাযান-বাহনৰ চলাচললোকৰ ঘৰৰ ক্ষতিশ শ গাড়ীশুকুৰবাৰে বিয়লি৯ মাইল অঞ্চল
Share4Tweet3Send

Related Posts

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
50
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

by News Desk
August 3, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

by News Desk
July 31, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

by News Desk
July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT