ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 4, 2025
Reading Time: 1 min read
A A
0
Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

১০০ নম্বৰৰ পৰীক্ষাত কোনোবাই ২৫০ নম্বৰ পোৱাৰ কথা শুনিছেনে? আচৰিত যেন লাগিব পাৰে, কিন্তু বিহাৰত এনে এক ঘটনা পোহৰলৈ আহিছে। সেইটোও আকৌ বিশ্ববিদ্যালয়ৰ পৰীক্ষাত। বিহাৰৰ মুজাফ্ফৰপুৰৰ বাবাচাহেব আম্বেদকাৰ বিশ্ববিদ্যালয়ত (Ambedkar University) সংঘটিত হৈছে এই ঘটনা।

Ambedkar University Bihar I
বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব:

স্থানীয় সূত্ৰৰ মতে, শেহতীয়াকৈ স্নাতকোত্তৰ পৰীক্ষাৰ তৃতীয় ষাণ্মাসিকৰ ফলাফল প্ৰকাশ পাইছে। পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছৰে পৰা এটা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

দেখা গৈছে যে ১০০ নম্বৰৰ লিখিত পৰীক্ষাত এজন ছাত্ৰই ২৫৭ নম্বৰ লাভ কৰিছে। কেৱল সেয়াই নহয়, একেজন ছাত্ৰই ৩০ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষাতো ২২৫ নম্বৰ লাভ কৰে। জানিব পৰা মতে, ছাত্ৰজনে ১০০ নম্বৰৰ ভিতৰত ২৫৭ নম্বৰ লাভ কৰিছিল যদিও উত্তীৰ্ণ হোৱা নাছিল।

আৰু ইয়াৰ পৰাই পৰীক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলেও কিয় এনে ফলাফল পোৱা গ’ল তাৰ তদন্তৰ দাবী উত্থাপন কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ পৰীক্ষাৰ ফলাফলত সংযোজন নকৰাৰ অভিযোগ উত্থাপন কৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে।

৯০০০ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৮০০০ উত্তীৰ্ণ হয়। হিন্দী, ইংৰাজী আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে একে ভুল কৰি আছে। কিছুমানক অতিৰিক্ত নম্বৰ দিয়া হৈছে, আন কিছুমানে ১-২ নম্বৰৰ বাবে ফেইল কৰি আছে।

মুঠ নম্বৰতকৈ লাভ কৰা নম্বৰ কেনেদৰে বেছি আছিল তাক লৈ ব্যাপক হুলস্থুল চলি থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক ৰাম কুমাৰে কয়, “আমি জানিবলৈ পাইছোঁ যে একাংশ ছাত্ৰ-ছাত্ৰীক মুঠ নম্বৰতকৈ বেছি নম্বৰ দিয়া হৈছে। এইটো কেনেকৈ হ’ল তাৰ তদন্ত কৰা হৈছে। এক্সেল শ্বীটত নম্বৰ ভৰ্তি কৰাৰ সময়ত কিছু ভুল হোৱা বুলি জানিব পৰা গৈছে। তাৰ বাবেই এই ঘটনা ঘটিছে। অৱশ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে নঘটে তাৰ ওপৰত চকু ৰাখিব লাগিব। নম্বৰৰ ভুল সংশোধন কৰি পৰীক্ষাৰ্থীক মাৰ্কশ্বিট দিয়া হ’ব।”

Tags: Ambedkar University Bihar I নম্বৰ আছিল ১০০বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্বলাভ কৰিলে ২৫৭;
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx