ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Post Harvesting Festival : খেৰণিত কাৰ্বি লোক নৃত্য উৎসৱ “হাছা কেকান” উদযাপন নিজৰ ঘৰলৈ আদৰি আনিলে লক্ষ্মীক

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 20, 2026
Reading Time: 1 min read
A A
0
Post Harvesting Festival : খেৰণিত কাৰ্বি লোক নৃত্য উৎসৱ “হাছা কেকান” উদযাপন নিজৰ ঘৰলৈ আদৰি আনিলে লক্ষ্মীক

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

New Logo Smal 2 | ASSAM TIMES POST

কাৰ্বি আংলং জিলাৰ অন্যতম উৎসৱ হ’ল “হাছা কেকান”৷ উল্লেখ্য যে খেতি কাৰ্যৰ সৈতে জড়িত এই উৎসৱ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি চাৰি আলিত যোৱা নিশা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা লোক নৃত্য “হাছা কেকান” অৰ্থাৎ উৎসৱ উদযাপন কৰা হয় ৷
খেৰণিত কাৰ্বি লোক নৃত্য উৎসৱ “হাছা কেকান” উদযাপন নিজৰ ঘৰলৈ আদৰি আনিলে লক্ষ্মীক
খেৰণিত কাৰ্বি লোক নৃত্য উৎসৱ “হাছা কেকান” উদযাপন নিজৰ ঘৰলৈ আদৰি আনিলে লক্ষ্মীক

পৰম্পৰা অনুযায়ী জনগোষ্ঠীটোৱে পূৰ্বতে প্ৰতিখন গাঁৱত বা কিছু কিছু লোকে ব্যক্তিগতভাৱেহে এই উৎসৱ উদযাপন কৰিছিল ৷ খেতি কাৰ্যৰ সৈতে জড়িত এই উৎসৱ পথাৰৰ সোণ গুটি চপোৱালৈকে যাতে কোনো অপায়-অমংগলে জনগোষ্ঠীটোক গ্ৰাস কৰিব নোৱাৰে তৰেই পূজা-অৰ্চনা কৰা হয় ৷ লোক বিশ্বাস মতে উৎসৱটি পথাৰৰ সোণ গুটি বা পাহাৰৰ ঝুম খেতিৰ পকা সোণ গুটি চপোৱাৰ পাছত নিজৰ ঘৰলৈ লক্ষ্মীক আদৰি আনে৷

ই এক কাৰ্বি জনগোষ্ঠীটোৰ পৰম্পৰা পৰ্ব ৷ কালক্ৰমৎ ইয়াক বিশ্ব দৰবাৰৰ লৈ নিয়াৰ উদ্দেশ্যে কাৰ্বি কালছাৰেল ছ’চাইটী চমুকৈ কেচিএছৰ উদ্যোগত ইয়াক ক্ৰমান্বয়ে ৰাজহুৱা মঞ্চলৈ অনাৰ প্ৰয়াস কৰি আহিছে জনগোষ্ঠীটোৱে৷ যাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক সময়ত দুই পাহাৰীয়া জিলাৰ বিভিন্ন ঠাই এই উৎসৱ ক্ৰমান্বয়ে কিছু বছৰ ধৰি চলি আহিছে৷

এই উৎসৱ বিশেষভাৱে নিশাৰ ভাগত উদযাপন কৰা হয়৷ সাম্প্ৰতিক সময়ত এই উৎসৱটি জিলাখনত সমাদৰ লাভ কৰাৰ পাছত ইযাক ৰাজহুৱাভাৱেও জাতি-ধৰ্ম নিৰ্বিশেষে জিলাখনৰ ভিন্ন ভিন্ন ঠাইত পালন কৰি আহিছে ৷ ইপিনে, যোবা নিশা খেৰণি চাৰিআলিত বিজেপি এছ টি মৰ্চাৰ উদ্যোগত পৰম্পৰা গীত-মাত আৰু নৃত্য পৰদৰ্শনেৰে “হাছা কেকান” অৰ্থাৎ লক্ষ্মী আদৰা যি পৰম্পৰা উৎসৱ সেয়া উলহ-মালহেৰে উদযাপন কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কার্বি কালচাৰকার্বি ফেস্টিভেলকাৰ্বি আংলংকাৰ্বি পৰম্পৰাখেতি পৰম্পৰাখেৰণি চাৰি আলি উৎসৱঝুম খেতিলক্ষ্মী আদৰা উৎসৱলোক নৃত্যহাছা কেকান
Share4Tweet3Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
71
CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
53
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
63
ADVERTISEMENT
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
50
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d