ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত নিষিদ্ধ কানি জব্দ, আটক ২

মইনুল হুছেইন ওজা:

ASSAM TIMES POST by ASSAM TIMES POST
January 23, 2026
Reading Time: 1 min read
A A
0
Drugs Seized : খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত নিষিদ্ধ কানি জব্দ, আটক ২

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

New Logo Smal 2 | ASSAM TIMES POST

খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত নিষিদ্ধ কানিসহ দুজন লোকক আটক কৰে৷ শুকুৰবাৰে দিনৰ ভাগত খটখটী থানা অন্তৰ্গত এছ বি আইত নিয়মীয়া তালাচী চলোৱাৰ সমযত নিষিদ্ধ কানীসহ আৰক্ষীয়ে কানি জব্দ কৰাৰ লগতে লোক দুজনক কৰায়ত্ত কৰে৷
খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত নিষিদ্ধ কানি জব্দ, আটক ২
খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত নিষিদ্ধ কানি জব্দ, আটক ২

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে তালাচী কালত ডিমাপুৰ দিশৰ পৰা বোকাজান দিশে গৈ থকা পিবি ৬৫ এএন- ১২৭৭ নম্বৰৰ এখন ট্ৰাকত প্ৰায় ৪ পেকেট কানিৰ এপেকেট পপিষ্ট্ৰ প্লাষ্টিক উদ্ধাৰ কৰে৷ পেকেটটোৰ পৰা ২ কেজি ২৬ গ্ৰাম কানি আৰু ১৭৮ গ্ৰাম পপিষ্ট্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে৷ উক্ত কানিৰ লগতে পপিষ্ট্ৰখিনি ট্ৰাকখনৰ কেবিনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে৷

ইয়াৰ লগতে খটখটী আৰক্ষীয়ে দুজন লোকক আটক কৰে৷ আটক কৰা লোক দুজন ক্ৰমে পঞ্জাৱৰ মোহালিৰ খাৰাৰাৰ বাদালি নিৰ্মল সিঙৰ পুত্ৰ গোৰপিত সিং (৫৫ বছৰ) আৰু আনজন পঞ্জাৱৰ জলন্দৰ জানডাইলা স্বৰ্গীয় হৰবঞ্চ সিঙৰ পুত্ৰ কোলৱেন্দ্ৰৰ সিং (৩৫ বছৰ)৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷

খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰা, উপ পৰিদৰ্শক দেৱাসীস বৰা, গোবিন কাকতীৰ লগতে আন আৰক্ষীৰ সহযোগত উক্ত তালাচী চলোৱা হৈছিল৷ পাছত খটখটী আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু নিৰপেক্ষ স্বাক্ষীগণৰ সাক্ষাতত কানিখিনি জব্দ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম সংবাদআটক দুজন লোকআৰক্ষী অভিযানখটখটী আৰক্ষীডিমাপুৰ-বোকাজান ৰুটড্ৰাগ্‌স আটকনিষিদ্ধ কানি জব্দপপিষ্ট্ৰ উদ্ধাৰবোকাজান তালাচীমাদক নিয়ন্ত্ৰণ
Share5Tweet3Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
71
CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
53
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
63
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
57
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d