ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I কুকি-নগাৰ সংঘৰ্ষত পুনৰ অস্থিৰ মণিপুৰ, মাজনিশা কেইবাটাও ঘৰত অগ্নিসংযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 9, 2026
Reading Time: 1 min read
A A
0
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical

RELATED POSTS

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Manipur Extortion Case : Militant Among 3 Arrested

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

New Logo Smal | ASSAM TIMES POST

ৰাষ্ট্ৰপতিৰ শাসনৰ পিছত নতুন চৰকাৰ গঠন হ’লেও কিন্তু মণিপুৰক (Manipur Violence) লগ এৰা নাই অশান্তিয়ে। মণিপুৰৰ উখৰুল জিলাত দেওবাৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে দুটা জনজাতীয় সংগঠনৰ মাজত সংঘৰ্ষ। বিভিন্ন ঘৰত অগ্নিসংযোগৰ অভিযোগ উত্থাপন হৈছে।

Manipur violence I
কুকি-নগাৰ সংঘৰ্ষত পুনৰ অস্থিৰ মণিপুৰ, মাজনিশা কেইবাটাও ঘৰত অগ্নিসংযোগ:

সোমবাৰে পুৱা অঞ্চলটোৰ পৰিস্থিতি অৱশ্যে শান্ত হয়। দেওবাৰে সন্ধিয়াৰে পৰা নগা আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। জানিব পৰা মতে, দেওবাৰে এজন নগা যুৱকক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিয়পি পৰে। অভিযোগ অনুসৰি, কুকি সম্প্ৰদায়ৰ সশস্ত্ৰ বিদ্ৰোহীয়ে সংঘটিত কৰে এই আক্ৰমণ।

এই উত্তেজনাই ক্ৰমান্বয়ে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেওবাৰে উখৰুল জিলাৰ লিটন গাঁৱত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰে। পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, উত্তেজনাৰ মাজতে কেইবাজাঁই গুলীৰ শব্দও শুনা যায়।

পৰিস্থিতি এনে এটা স্তৰত উপনীত হয় যে সন্ধিয়া পথত পথচাৰীৰ চলাচল নিয়ন্ত্ৰণ কৰিবলগা হয়। উখৰুল জিলা প্ৰশাসনে এক নিৰ্দেশ জাৰি কৰি কয় যে অশান্তিজৰ্জৰ অঞ্চলত কোনেও নিজ নিজ অঞ্চলৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিব। দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা এই আদেশ জাৰি কৰা হৈছে। জিলা প্ৰশাসনে কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।

অৱশ্যে দেওবাৰে মাজনিশা পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। কুকি বিদ্ৰোহীয়ে কেইবাটাও নগা পৰিয়ালৰ ঘৰত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হয়।

আনহাতে, কেইবাটাও কুকি পৰিয়ালৰ ঘৰত অগ্নিসংযোগৰ অভিযোগো উত্থাপন হয়। সোমবাৰে পুৱা অৱশ্যে অঞ্চলটোৰ পৰিস্থিতি শান্ত। জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই পি টি আইক জনোৱা মতে, অঞ্চলটোত এতিয়াও চেপা উত্তেজনা অব্যাহত আছে। ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই। ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হৈছে বুলিও তেওঁ কয়।

দেওবাৰে মাজনিশা সংঘটিত হিংসাৰ কিছু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত দেখা গৈছে যে কেইবাজনো অস্ত্ৰধাৰীয়ে ঘৰ আৰু বাহনত অগ্নিসংযোগ কৰিছে। গুলীচালনা কৰাও দেখা গৈছে। সোমবাৰে পুৱাৰে পৰা অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কুকি-নগাৰ সংঘৰ্ষত পুনৰ অস্থিৰমণিপুৰমাজনিশা কেইবাটাও ঘৰত অগ্নিসংযোগ
Share4Tweet3Send

Related Posts

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
59
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
53
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
53
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
57
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d