ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : আমি কাকো ভোট দিবলৈ বাধ্য কৰিব নোৱাৰো, ভোটদান বাধ্যতামূলক কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 16, 2026
Reading Time: 1 min read
A A
0
Supreme Court of India : আমি কাকো ভোট দিবলৈ বাধ্য কৰিব নোৱাৰো, ভোটদান বাধ্যতামূলক কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

New Logo Smal 1 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে (Supreme Court) ভোটদান বাধ্যতামূলক (Voting is mandatory) কৰাৰ বাব দাখিল কৰা আবেদন খাৰিজ (Application rejected) কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে (Suryakant’s Bench) ভোটদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব পৰা যাব বুলি কয়। কিন্তু আদালতে কাকো ভোট দিবলৈ বাধ্য কৰিব নোৱাৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়েও সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন, “সমাজৰ কোনো দৰিদ্ৰ বা নিম্নবৰ্গৰ ব্যক্তিয়ে যদি কয়, ‘মই দিনহাজিৰা কৰি কাম কৰি জীৱিকা উপাৰ্জন কৰিব লাগিব। এনে পৰিস্থিতিত মই কেনেকৈ গৈ ভোট দিম?’ তেতিয়া আমি তেওঁক কি উত্তৰ দিম ।”

সকলোৰে বাবে ভোটদান বাধ্যতামূলক কৰাৰ বাবে আৰু ইচ্ছাকৃতভাৱে ভোট নিদিয়াসকলক শাস্তি প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হৈছিল। ইচ্ছাকৃতভাৱে ভোট নিদিয়াসকলৰ বাবে চৰকাৰী সুবিধা বা অনুদান সীমিত কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ বাবেও আবেদনকাৰীয়ে অনুৰোধ জনায়। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়। তাত তিনিজনীয়া বিচাৰপীঠে কয় যে এই বিষয়সমূহ আদালতৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত নাই। এই সন্দৰ্ভত আদালতে কোনো ব্যৱস্থা ল’ব নোৱাৰে। এনে যিকোনো নিৰ্দেশনা ‘নীতি নিৰ্ধাৰণ’ৰ পৰিসৰৰ অন্তৰ্গত। এনে আদেশ ন্যায়পালিকাই দিব নোৱাৰে। এই গোচৰত উচ্চতম ন্যায়ালয়ে গোচৰ খাৰিজ কৰি কয় যে আবেদনকাৰীয়ে ইচ্ছা কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব পাৰে।

sc1 | ASSAM TIMES POST
আমি কাকো ভোট দিবলৈ বাধ্য কৰিব নোৱাৰো, ভোটদান বাধ্যতামূলক কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

শুনানিৰ এটা পৰ্যায়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আইনী জোৰ-জবৰদস্তিৰ পৰিৱৰ্তে সাধাৰণ জনতাৰ মাজত সজাগতাৰ জৰিয়তে গণতন্ত্ৰৰ সঠিক বিকাশ ঘটে। তেওঁ কয়, “এই দেশখন আইনৰ শাসনৰ ওপৰত চলি আছে আৰু গণতন্ত্ৰত বিশ্বাস কৰে। বিগত ৭৫ বছৰে আমি প্ৰমাণ কৰি আহিছোঁ যে গণতন্ত্ৰৰ প্ৰতি আমাৰ কিমান বিশ্বাস আছে। এই পৰিস্থিতিত প্ৰতিজন নাগৰিকে ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটদান কৰিব, সেয়া আশা কৰা হৈছে। অৱশ্যে যদি কোনেও ভোট দিবলৈ নাযায়, তেন্তে নাযাব পাৰে। ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এনে ক্ষেত্ৰত সাধাৰণ মানুহৰ মাজতহে সজাগতা বৃদ্ধিৰ প্ৰয়োজন। কিন্তু আমি কাকো ভোট দিবলৈ বাধ্য কৰিব নোৱাৰো।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে ভোটদানৰ পৰিৱৰ্তে ঘৰতে বহি থকাটো ‘অপৰাধ’ বুলি বিবেচনা কৰাটো কিমান যুক্তিসংগত। তেওঁ কয়, “যদি কোনো নাগৰিকে ভোট দিবলৈ নাযায়, তেন্তে আমি আৰু কি কৰিম, এতিয়া আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিম নেকি?” উচ্চতম ন্যায়ালয়ে আবেদনকাৰীৰ আবেদনৰ প্ৰেক্ষাপটত থকা ব্যৱহাৰিক সমস্যাসমূহৰ ওপৰতো আলোকপাত কৰে। ন্যায়াধীশৰ লগতে আন বহু নাগৰিকে নিৰ্বাচনৰ দিনত পেছাদাৰী কৰ্তব্য পালন কৰিব লগা হয় বুলি আদালতে জানিবলৈ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে যে উক্ত দিনবোৰক নিৰ্দিষ্ট নাগৰিকসকলৰ পেছাদাৰী জীৱনত কৰ্মদিন বুলি গণ্য কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SupremeCourtSuryakant
Share4Tweet3Send

Related Posts

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

by News Desk
October 15, 2026
50
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক
National-International

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

by News Desk
October 15, 2026
50
Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

by News Desk
October 15, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

by News Desk
October 15, 2026
50
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
National-International

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

by News Desk
October 15, 2026
50
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

by News Desk
October 14, 2026
51
ADVERTISEMENT
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
50
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

October 15, 2026
50
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক
National-International

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

October 15, 2026
50
Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

October 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

October 15, 2026
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d