ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

Staff Reporter by Staff Reporter
June 9, 2026
Reading Time: 1 min read
A A
0
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

ক্ৰমান্বয়ে নিজৰ মিত্ৰ দেশ ইজৰাইলৰ পৰা আঁতৰি আহিছে নেকি ড’নাল্ড ট্ৰাম্প (Iran Israel Conflict) ? এই জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগাই সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক সকীয়াই দিয়ে।

Israel Iran conflict I
নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে:

নেতানিয়াহুৰ উপনাম ব্যৱহাৰ কৰি তেওঁ সংবাদ মাধ্যম ‘এক্সিয়াছ’ৰ আগত কয় যে মই কৈছিলোঁ, “বিবি, তুমি সাৱধান হোৱাই ভাল।”

সম্পতি ‘এক্সিয়াছ’ৰ এক প্ৰতিবেদনত ইজৰাইলৰ দুজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে এপ্ৰিলৰ পিছত ইজৰাইলে ইৰাণৰ বিৰুদ্ধে সৰ্ববৃহৎ সামৰিক অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে।

সোমবাৰে ইৰাণৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চলত ইজৰাইলে আক্ৰমণ কৰিব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে ট্ৰাম্পে নেতানিয়াহুক ফোন কৰি অভিযান বন্ধ কৰিবলৈ কয়।

তেওঁ এক্সিয়াছক কয়, “মই বিবিক (নেতানিয়াহুৰ উপনাম) কৈছিলোঁ যে হয় সাৱধান হওক, নহ’লে অতি সোনকালে অকলশৰীয়া হ’ব।” ইৰাণৰ বিৰুদ্ধে যদি ইজৰাইলে পুনৰ অস্ত্ৰ তুলি লয় তেন্তে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত বুজাবুজিৰ সম্ভাৱনা ধ্বংস হ’ব বুলি আশংকা কৰিছে ট্ৰাম্পে।

আমেৰিকাৰ বিশ্বাস যে পশ্চিম এছিয়াৰ আন দেশসমূহো এই যুদ্ধত জড়িত হ’ব পাৰে। এই পৰিস্থিতিত ইজৰাইল-ইৰাণৰ সামৰিক সংঘাতৰ সৈতে ট্ৰাম্প একমত নহয়।

ইফালে ট্ৰাম্পৰ পৰামৰ্শৰ পিছতে ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনাৰ পৰা সাময়িকভাৱে আঁতৰি আহিছে নেতানিয়াহু। এক সূত্ৰই দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কিছুমান বিষয়ত ট্ৰাম্পৰ সৈতে মতানৈক্য থকাৰ পিছতো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে।

তেওঁ সেনাবাহিনীক সম্প্ৰতি অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, ইজৰাইলে ট্ৰাম্প-নেতানিয়াহু বিবাদক গুৰুত্বসহকাৰে ল’বলৈ অনিচ্ছুক। আমেৰিকাত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত য়েচিয়েল লেইটাৰৰ মতে, এয়া দুয়োখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মাজত ‘সৰু কথাৰ কটাকটি’। তেওঁৰ মতে প্ৰেমিক-প্ৰেমিকাৰ মাজতো এনে কাজিয়া সংঘটিত হয়।

উল্লেখ্য যে দেওবাৰে নিশাৰ পৰা ইজৰাইল আৰু ইৰাণ নতুন সংঘাতৰ মাজত সোমাই পৰিছে। লেবাননত ইজৰাইলৰ আগ্ৰাসনৰ প্ৰতিবাদত দেওবাৰে ইৰাণে নেতানিয়াহুৰ দেশত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়।

এপ্ৰিল মাহত যুদ্ধবিৰতিৰ পিছত ইৰাণে দেশখনত প্ৰথমবাৰৰ বাবে প্ৰতিশোধ লয়। ইয়াৰ পিছত সোমবাৰে পুৱা ইৰাণত ইজৰাইলৰ বাহিনীয়ে প্ৰতিশোধ লয়। ৰাজধানী তেহৰাণত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। এনে পৰিস্থিতিত ট্ৰাম্পে দুয়োখন দেশৰ সংঘাত শীঘ্ৰে বন্ধ কৰিব বিচাৰিছে।

Tags: নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰসিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT