ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

News Desk by News Desk
June 10, 2026
Reading Time: 1 min read
A A
0
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

ভাৰতৰ পাৰমাণৱিক নীতি (India’s nuclear policy)ৰ এক বৃহৎ পৰিৱৰ্তন (Big change)। প্ৰথমবাৰৰ বাবে নতুন দিল্লীয়ে পোনপটীয়াকৈ যুদ্ধৰ বাবে নিয়োগ (Recruitment for war) কৰিছে ১২টা পাৰমাণৱিক অস্ত্ৰ (12 nuclear weapons)। আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ গৱেষণা সংস্থা ‘SIPRI’-ৰ শেহতীয়া প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

এতিয়ালৈকে ভাৰতৰ নীতি আছিল সুকীয়া স্থানত নিক্ষেপ কৰিবলৈ পাৰমাণৱিক বোমা আৰু ক্ষেপণাস্ত্ৰ ৰখা। কিন্তু SIPRI-ৰ প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ ভাৰত সেই দীৰ্ঘদিনীয়া স্থিতিৰ পৰা আঁতৰি আহিছে। প্ৰথমবাৰৰ বাবে দেশৰ পাৰমাণৱিক অস্ত্ৰসমূহ কেৱল ‘মজুত’ কৰি নাৰাখি ব্যৱহাৰৰ বাবে সাজু কৰি ৰখা হৈছে।

এই অস্ত্ৰসমূহ ভূগৰ্ভস্থ ক্ষেপণাস্ত্ৰ ঘাটি আৰু পাৰমাণৱিক ছাবমেৰিনত ৰখাৰ অৰ্থ হ’ল ভাৰত এতিয়া যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু। প্ৰতিবেদনত কোৱা হৈছে যে এই ১২টা পাৰমাণৱিক বোমা ইতিমধ্যে মিছাইলৰ লগত সংলগ্ন কৰা হৈছে বা পোনপটীয়াকৈ সেনাঘাটিলৈ প্ৰেৰণ কৰা হৈছে।

india1 | ASSAM TIMES POST
ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

তদুপৰি বিগত এবছৰত ভাৰতীয় পাৰমাণৱিক অস্ত্ৰৰ সংখ্যাও সামান্য বৃদ্ধি পাইছে। এই প্ৰতিবেদনত ভাৰতে ছাবমেৰিনত পাৰমাণৱিক অস্ত্ৰ লৈ সাগৰত টহল দিয়াৰ কথাও উল্লেখ কৰিছে। হিচাপ অনুসৰি, ২০২৬ চনৰ জানুৱাৰী মাহৰ ভিতৰত ভাৰতৰ হাতত প্ৰায় ১৯০ টা পাৰমাণৱিক অস্ত্ৰ থাকিব। বৰ্তমান ভাৰতত তিনিটা উপায়েৰে পাৰমাণৱিক আক্ৰমণ চলোৱাৰ ক্ষমতা আছে- জল, স্থল আৰু আকাশ। বিশেষজ্ঞসকলৰ মতে, শান্তিৰ সময়তো ক্ষেপণাস্ত্ৰৰ ভিতৰত পাৰমাণৱিক বোমা ৰখা আৰু সাগৰত ছাবমেৰিনৰ নিয়মীয়াকৈ চোৱাচিতা কৰাটোৱে ভাৰতে নিজৰ কৌশল বহু পৰিমাণে সলনি কৰিছে বুলি প্ৰমাণ কৰে। কিন্তু এই পৰিৱৰ্তনৰ পাছতো ভাৰতে নিজৰ ‘ন’ ফাৰ্ষ্ট ইউজ’ নীতিত অটল আছে।

অৰ্থাৎ ভাৰতে কেতিয়াও নিজাববীয়াকৈ কোনো দেশত পাৰমাণৱিক বোমা নিক্ষেপ নকৰে। অৰ্থাৎ কোনো দেশে যদি ভাৰতৰ মাটিত বা ভাৰতীয় সেনাবাহিনীৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলায় তেন্তে ভাৰতে প্ৰতিশোধ ল’ব। এই অস্ত্ৰভাণ্ডাৰ কোনো দেশৰ সৈতে প্ৰতিযোগিতাৰ বাবে নহয়, দেশৰ বাবে সুৰক্ষামূলক ঢাল হিচাপেহে ব্যৱহাৰ হ’ব।

Tags: India'sNuclearPolicy
Share4Tweet3Send

Related Posts

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

by News Desk
June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

by News Desk
June 10, 2026
50
Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ
National-International

Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

by News Desk
June 10, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

by Staff Reporter
June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

by Staff Reporter
June 10, 2026
50
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী
National-International

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

by Staff Reporter
June 10, 2026
50
ADVERTISEMENT
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

June 10, 2026
50
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ
National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT