ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

Staff Reporter by Staff Reporter
June 27, 2026
Reading Time: 1 min read
A A
0
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ (US Iran Conflict)। যোৱা বৃহস্পতিবাৰে হৰমুজ প্ৰণালীত এখন মালবাহী জাহাজত আক্ৰমণ কৰা হৈছিল। আমেৰিকাৰ দাবী যে ইৰাণে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ চৰ্ত উলংঘা কৰি এই আক্ৰমণ সংঘটিত কৰিছে।

US Iran connflict I
ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ:

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শুকুৰবাৰে ইৰাণৰ উপকূলীয় অঞ্চলত থকা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন গুদামসমূহক লক্ষ্য কৰি লয় আমেৰিকান বাহিনীয়ে।

পশ্চিম এছিয়াত সক্ৰিয় হৈ থকা আমেৰিকাৰ সামৰিক চেণ্ট্ৰেল কমাণ্ডে দাবী কৰিছে যে উপকূলীয় ৰাডাৰ ছাইটতো আক্ৰমণ কৰা হৈছে। ইৰাণৰ আক্ৰমণৰ পিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ বাৰ্তা স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে ইৰাণে হিংসাৰ উত্তৰত হিংসাই পাব।

তেওঁ কয়, “ইৰাণে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিলে। আমি ইয়াক সন্মান জনাইছোঁ। বুজাবুজি চুক্তিৰ চৰ্তসমূহ কাৰ্যকৰী হোৱাৰ ধৰণৰ ওপৰত যদি ইৰাণৰ কিবা আপত্তি আছে, তেন্তে তেওঁলোকে ফোন কৰিব পাৰে। কিন্তু হিংসাৰ উত্তৰ হিংসাই হ’ব।”

উল্লেখ্য যে হৰমুজত মালবাহী জাহাজক আক্ৰমণ কৰাৰ অভিযোগ তেহৰানে অস্বীকাৰ কৰিছে। তেওঁলোকৰ ওলোটা দাবী যে আমেৰিকাই চৰ্ত উলংঘা কৰি জাহাজখনক আক্ৰমণ কৰিছিল।

ওমানৰ উপকূলৰ মাজেৰে পাৰ হৈ গৈছিল জাহাজখন। আগতে আমেৰিকাৰ হৰমুজ অৱৰোধৰ সময়ত আমেৰিকাৰ সেনাই এই অংশত কেইবাখনো জাহাজ আক্ৰমণ কৰিছিল। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণে জাহাজখনত আঘাত কৰিছে।

এই ঘটনাৰ পিছত ইৰাণে ঘোষণা কৰে যে তেওঁলোকে পুনৰ হৰমুজ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব। তেহৰানে পশ্চিম এছিয়াৰ দেশসমূহলৈও আমেৰিকাৰ কাষত থিয় নহ’বলৈ বাৰ্তা প্ৰেৰণ কৰিছে। ফলত পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। স্বাক্ষৰিত বুজাবুজি চুক্তিখন বৰ্তি থাকিব নে নাই সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিয়ে ছুইজাৰলেণ্ডত বৈঠকত মিলিত হয়। জাহাজখনত হোৱা আক্ৰমণক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে হৰমুজ। ইৰাণৰ উপকূলত থকা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন গুদামত আক্ৰমণৰ কথা নিশ্চিত কৰিছে কেন্দ্ৰীয় কমাণ্ডে।

ইৰাণে দাবী কৰিছে যে তেওঁলোকেও উক্ত অঞ্চলত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে ইৰাণৰ আক্ৰমণ আৰু ক্ষয়-ক্ষতিৰ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই আমেৰিকাৰ সেনাই।

Tags: ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰহৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ
Share4Tweet3Send

Related Posts

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx