ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 29, 2026
Reading Time: 1 min read
A A
0
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

তিনি বছৰীয়া শিশুক ধৰ্ষণ (Three-year-old child raped) কৰি হত্যা কৰাৰ অপৰাধত পুনেৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান (Awarding the death penalty) কৰিছে। বিশেষ আদালতে অপৰাধৰ দুমাহৰ ভিতৰতে অভিযুক্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ন্যায়াধীশগৰাকীয়ে এই কাণ্ডক ‘বিৰলতকৈ বিৰল’ বুলি অভিহিত কৰে।

যোৱা ১ মে’ত সংঘটিত হৈছিল এই ঘটনা। পুনে জিলাৰ এখন গাঁৱৰ পৰা শিশুটিক লোভ দি অভিযুক্তই অপহৰণ কৰিছিল। তাৰ পিছত তিনি বছৰীয়া শিশুটিক এখন খেতিপথাৰলৈ লৈ গৈ ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰে। ২৫ জুনত পুনে বিশেষ আদালতৰ ন্যায়াধীশ এছ আৰ ছালুংকে অভিযুক্তক দোষী সাব্যস্ত কৰে। ইয়াৰ পিছত সোমবাৰে তেওঁ এই শাস্তি ঘোষণা কৰে। আদালতে মৃত্যুদণ্ড ঘোষণা কৰাৰ সময়তে কাঠগড়াত থিয় হৈ আছিল অভিযুক্ত। ন্যায়াধীশগৰাকীয়ে তেওঁৰ অপৰাধক ‘বিৰলতকৈ বিৰল’ বুলিও অভিহিত কৰে। আদালতে অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰাৰ লগে লগে আদালতৰ কক্ষত কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক।

pune 1 | ASSAM TIMES POST
৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

ৰায়দানৰ মূল অংশটো পঢ়ি শুনোৱাৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে দাখিল কৰা সকলো প্ৰমাণৰ ভিত্তিত অপৰাধৰ ভয়াৱহতা প্ৰমাণিত হৈছে। তেওঁ পৰ্যবেক্ষণ কৰে যে পূৰ্বেও অভিযুক্তৰ বিৰুদ্ধে গুৰুতৰ আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। ন্যায়াধীশগৰাকীয়ে কয়, “এটা অতি জঘন্য অপৰাধ সংঘটিত হৈছে। অমানৱীয় ব্যৱহাৰ আৰু অত্যাচাৰ কৰা হৈছে। এই গোচৰত ভুক্তভোগীজন আছিল এগৰাকী নিৰীহ আৰু অসহায় শিশু। এই হত্যাকাণ্ড যিধৰণেৰে সংঘটিত হৈছিল, তাৰ পৰাই এক অত্যন্ত বিকৃত মানসিকতাৰ পৰিচয় পোৱা গৈছে। শিশুটিক কোনো প্ৰৰোচনা নোহোৱাকৈ ঠাণ্ডা মগজুৰে হত্যা কৰা হৈছিল। এইটো ইমানেই নিৰ্মমভাৱে কৰা হৈছিল যে ই মানুহৰ ৰ বিবেকক স্তম্ভিত কৰি দিয়ে।”

ন্যায়াধীশগৰাকীৰ মতে, এই গোচৰত অভিযুক্তৰ শাস্তি হ্ৰাস কৰাৰ কোনো পৰিস্থিতি নাই। তেওঁ কয়, “এই গোচৰত মাত্ৰ এটা কথাহে আহিব পাৰে, সেয়া হ’ল অভিযুক্তৰ বয়স। তেওঁ এজন ৬৫ বছৰীয়া ব্যক্তি। কিন্তু ইয়াক তেওঁৰ শাস্তি হ্ৰাস কৰাৰ কাৰণ হিচাপে গণ্য কৰিব নোৱাৰি। বৰঞ্চ ই অপৰাধৰ ভয়াৱহতাক আৰু বৃদ্ধি কৰে।”

Tags: MinorRapeCase
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

by News Desk
June 29, 2026
50
Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT