ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 29, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

RELATED POSTS

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

New Logo Smal 3 | ASSAM TIMES POST

কোনো অধিবক্তাই আদালতত ৰাম মন্দিৰ (Ram Mandir)ৰ প্ৰণামী চুৰিৰ অভিযোগ (Accusation of Pranami theft)ত অভিযুক্তসকলক প্ৰতিনিধিত্ব কৰিব নোৱাৰিব। এই নিৰ্দেশ অযোধ্যা উকীল সন্থা (Ayodhya Lawyers’ Association)ৰ। লগতে জনোৱা হৈছে যে যদি কোনো অধিবক্তাই অভিযুক্তক প্ৰতিনিধিত্ব কৰে তেন্তে তেওঁৰ পৰা ৫ লাখ টকাৰ জৰিমনা আদায় কৰা হ’ব।

সোমবাৰে অযোধ্যা বাৰ এছোচিয়েচনৰ সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় যে সংগঠনটোৰ কোনো সদস্যই এই গোচৰত অভিযুক্তক প্ৰতিনিধিত্ব নকৰে। ইয়াৰ সমান্তৰালকৈ অধিবক্তা সংগঠনটোৱে দীৰ্ঘদিন ধৰি ৰাম মন্দিৰৰ প্ৰশাসনৰ লগত জড়িত তিনিজন লোকক তিনিদিনৰ ভিতৰত অযোধ্যা এৰি যাবলৈ নিৰ্দেশ দিছে। তেওঁলোক হৈছে শ্রী ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ প্রাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়, অনিল মিশ্র আৰু ন্যাসৰ অন্যতম সদস্য গোপাল ৰাও৷

ram 2 | ASSAM TIMES POST
ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

প্ৰণামী বিতৰ্কতো এই তিনিজন লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। এনে পৰিস্থিতিত যদি ৭২ ঘণ্টাৰ ভিতৰত চম্পতকে ধৰি তিনিজন লোক অযোধ্যাৰ পৰা ওলাই নাযায় তেন্তে অযোধ্যা উকীল সন্থাই সমগ্ৰ চহৰখন অৱৰোধৰ আহ্বান জনাইছে। উকীল সন্থাৰ সভাপতি কালিকা প্ৰসাদ মিশ্ৰই কয়, “এই গোচৰত আমাৰ কোনো অধিবক্তাই অভিযুক্তৰ বাবে আবেদন নকৰে। কোনোবাই যদি তেনে কৰে তেন্তে তেওঁৰ পৰা ৫ লাখ টকাৰ জৰিমনা আদায় কৰা হ’ব।” ইতিমধ্যে চম্পতকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অযোধ্যা উকীল সন্থাই আদালতৰ কাষ চাপিছে। প্ৰণামী গোচৰৰ চিবিআইৰ তদন্তৰ বাবেও অনুৰোধ জনাইছে।

ৰাম মন্দিৰত জমা হোৱা প্ৰণামিত অনিয়মৰ অভিযোগৰ তদন্তৰ দায়িত্ব দিয়া বিশেষ তদন্তকাৰী দলে মঙলবাৰে এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছত বৃহস্পতিবাৰে এছআইটিৰ পৰামৰ্শ অনুযায়ী ট্ৰাষ্টীসকলৰ অন্যতম কৃষ্ণ মোহনে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ হৈ আনুষ্ঠানিকভাৱে আঠজন লোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তাৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি সেই নিশাই আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰে একাংশৰ ঠিকনাৰ পৰা উদ্ধাৰ হৈছে হিচাপ বহিৰ্ভূত ৮০ লাখ টকা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
50
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d