ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু ৰেল ষ্টেচনক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে’ৰ পত্ৰ অৰ্পণ

ASSAM TIMES POST by ASSAM TIMES POST
July 30, 2019
Reading Time: 1 min read
A A
0
ডিফু ৰেল ষ্টেচনক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে’ৰ পত্ৰ অৰ্পণ

assam times post 2 | ASSAM TIMES POSTডিফুঃ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ ৰেলষ্টেচনক উন্নীত কৰণৰ সৎ প্ৰচেষ্টালৈ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী পিযুষ গোৱেলক সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীৰ হাতত ডিফুৰ সাংসদ হৰেণছিং বে’ই এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷ বহু পৰিমাণৰ যাত্ৰীৰ সমাগম আৰু কেইবাখনো জিলা আৰু নাগালেণ্ডৰ দৰে ৰাজ্য এখনক সংযুক্ত কৰা ডিফু ৰেল ষ্টেছনৰ কেতবোৰ দীৰ্ঘদিনীয়া ৰেলৰ ষ্টপেজ আদি দাবী সন্নিবিষ্ট থকা স্মাৰক পত্ৰখনত ক্ৰমে, ডিফু ৰেল ষ্টেচনত জনশতাব্দী, ডিব্ৰুগড়, শিলচৰ-বৰাক এক্সপ্ৰেছক ডিফু ৰেলষ্টেছনত কমেও ৫ মিনিট আৰু মৰিয়ণি এক্সপ্ৰেছ হাৱাইপুৰ ৰেলষ্টেচনত কম পক্ষেও দুই মিনিট সময়ৰ ষ্টপেজ, অতিকৈ শোচনীয় অৱস্থাত থকা ডিফু ৰেল’ ষ্টচনৰ উন্নীতকৰণ কৰা, পাহাৰীয়া ৰাইজৰ দীৰ্ঘ দাবী অনুসৰি ডিফু ৰেল ষ্টেচনত এছকেলেটৰৰ স্থাপন কৰা, সাধাৰণ শ্ৰেণীৰ যাত্ৰীৰ বাবে মহিলা আৰু পুৰুষৰ অপেক্ষা গৃহ নিৰ্মাণ কৰা, নতুন প্লেটফৰ্মত শেহতীয়া আৰ্হি আৰু তথ্য প্ৰযুক্তি সম্বলিত ষ্টেচন নিৰ্মাণ কৰা আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে শেহতীয়া আৰ্হি আৰু তথ্য- প্ৰযুক্তিযুক্ত অপেক্ষা গৃহ নিৰ্মাণ কৰা দাবীৰ কথাও উল্লেখ আছে ৷ স্মাৰক পত্ৰখনৰ যোগেদি ডিফুৰ সাংসদ হৰেণছিং বে’ই পাহাৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সম্মান জনাই দাবী সমূহ পূৰণ কৰিবলৈ ৰেল ৰাজ্য মন্ত্ৰী গৰাকীলৈ আহ্বান জনায় ৷ সাংসদগৰাকীৰ এই পদক্ষেপত সমগ্ৰ কাৰ্বি আংলংবাসী উৎফুল্লিত হোৱাৰ লগতে সাংসদগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

RELATED POSTS

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

Share4Tweet3Send

Related Posts

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
ADVERTISEMENT
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT