ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Ghanakanta Gogoi encounter : আৰক্ষীৰ গুলীত মৃত্যু গুৱাহাটী হোটেল কাণ্ডৰ অভিযুক্ত ঘনকান্ত

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 4, 2026
Reading Time: 1 min read
A A
0
Guwahati hotel firing : আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল, গুৱাহাটীৰ হোটেলত গুলীচালনা সন্দৰ্ভত মুখ খুলিছে ঘনকান্তই

RELATED POSTS

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

New Logo Smal 1 | ASSAM TIMES POST

গুৱাহাটীৰ হোটেল-কাণ্ডৰ অন্যতম অভিযুক্ত আৰক্ষীৰ গুলীত মৃত্যু গুৱাহাটী হোটেল কাণ্ডৰ অভিযুক্ত ঘনকান্তক আৰক্ষীৰ এনকাউণ্টাৰ। বৰা চাৰ্ভিছৰ হোটেল বিলাস ইনত পাঁচজন লোকক গুলীয়াই হত্যা কৰা ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যু৷ শিৱসাগৰৰ ফুলপানীচিগাত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ঘনকান্ত গগৈক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷
আৰক্ষীৰ গুলীত মৃত্যু গুৱাহাটী হোটেল কাণ্ডৰ অভিযুক্ত ঘনকান্ত
আৰক্ষীৰ গুলীত মৃত্যু গুৱাহাটী হোটেল কাণ্ডৰ অভিযুক্ত ঘনকান্ত

জানিব পৰা মতে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আন এক গোচৰত ঘনকান্ত গগৈক শিৱসাগৰ থানালৈ নিয়াৰ পথত আৰক্ষী উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পিষ্টল কাঢ়ি লৈ গুলীচালনা কৰাৰ লগতে পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ। আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়াত গুলীবিদ্ধ হয় ঘনকান্ত। আহত অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷

উল্লেখযোগ্য যে যোৱা ২৬ অক্টোবৰত হোটেল বিলাস ইনত ঘনকান্তই সংঘটিত কৰিছিল গুলীচালনাৰ ঘটনা। এই ঘটনাত হোটেলখনৰ মালিক পক্ষৰ চাৰিজন লোককে ধৰি মুঠ পাঁচজন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ প্ৰায় এক ঘণ্টা পিছতে আৰক্ষীয়ে ঘনকান্তক আটক কৰে৷ পিছদিনা অভিযুক্ত ঘনকান্ত গগৈক পল্টনবজাৰ থানাত সোধা-পোছা কৰি সন্ধিয়া গুৱাহাটীৰ চিজেএম আদালতত হাজিৰ কৰায়। ইয়াৰ পিছত আদালতে ঘনকান্তক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
আনহাতে, মঙলবাৰে ঘনকান্তৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আৰক্ষী উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাগণকান্ত গগৈৰ আৰক্ষী এনকাউণ্টাৰগুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰগুৱাহাটী চিজেএম আদালত (৭ দিনৰ আৰক্ষী জিম্মা)গুৱাহাটী হোটেল বিলাস ইন গুলীচালনা ঘটনাগুৱাহাটীৰ আৰক্ষীৰ এনকাউণ্টাৰ ঘটনা ২৬ অক্টোবৰঘনকান্ত গগৈৰ মৃত্যুন্যায়িক জিম্মা (১৪ দিন)পল্টনবজাৰ থানাত সোধা-পোছাশিৱসাগৰ ফুলপানীচিগা আৰক্ষীৰ গুলী
Share5Tweet3Send

Related Posts

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ
BREAKING NEWS

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

by News Desk
November 7, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
ALL NEWS

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

by News Desk
November 7, 2026
50
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
BREAKING NEWS

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

by ASSAM TIMES POST
November 1, 2026
53
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা
ALL NEWS

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

by News Desk
October 31, 2026
53
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
51
ADVERTISEMENT
৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ
BREAKING NEWS

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
ALL NEWS

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

November 7, 2026
50
Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত
Assam

Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

November 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

November 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d