ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 11, 2026
Reading Time: 1 min read
A A
0
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

পত্নীয়ে পৰপুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা বুলি সন্দেহ (Suspecting his wife’s affair) কৰি এজন ব্যক্তিয়ে নিজৰ দুগৰাকী কন্যাক হত্যা (Killed his two daughters) কৰে। লগতে নিজেও ডিঙি কাটি আত্মহত্যাৰ চেষ্টাও (Attempted suicide himself) কৰে। বেংগালুৰুত (Bengaluru) সংঘটিত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, এছ জি ইমৰাণ নামৰ ব্যক্তিজনে দেওবাৰে বিয়লি বেংগালুৰুৰ কেম্পেগৌডা বিমানবন্দৰৰ সমীপত হোটেল বুকিং কৰিছিল। সোমবাৰে বিয়লি ৪ বজাত হোটেলৰ কৰ্মচাৰীয়ে কোঠাটো চাফা কৰিবলৈ মাত দিয়ে, কিন্তু কোনেও কোনো সঁহাৰি নিদিলে। ইয়াৰ পিছত চাফাই কৰ্মীসকলে দুৱাৰখন খুলি কোঠাটোত প্ৰৱেশ কৰি বিচনাত অচেতন হৈ পৰি থকা দুটি শিশু উদ্ধাৰ কৰে। তেওঁলোকৰ বয়স এটিৰ পাঁচ বছৰ আৰু আনটিৰ ১০ বছৰ। আনহাতে, ব্যক্তিজনক শৌচাগাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয়। ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়াও তেওঁ তাত চিকিৎসাধীন হৈ আছে যদিও তেওঁৰ অৱস্থা সুস্থিৰ।

father | ASSAM TIMES POST
হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, চিকিৎসালয়ৰ বিচনাত পৰি থকা ইমৰাণ নামৰ ব্যক্তিজনে নিজৰ দুগৰাকী কন্যাক ডিঙি চেপি হত্যা কৰা বুলি স্বীকাৰ কৰে। ইয়াৰ পিছত তেওঁৰ ডিঙি ছুৰীৰে কাটি আত্মহত্যাৰ চেষ্টা কৰে। নিজৰ সিদ্ধান্তৰ কাৰণ জনাই তেওঁ কয় যে তেওঁৰ পত্নীৰ আন এজন যুৱকৰ সৈতে সম্পৰ্ক আছে। ইয়াৰ প্ৰমাণ তেওঁ লাভ কৰিছে। সেইবাবেই তেওঁ নিবিচাৰিছিল যে তেওঁৰ সন্তানে এনে এগৰাকী মাতৃৰ লগত ডাঙৰ হোৱাটো। সেইবাবেই তেওঁ নিজৰ সন্তান দুটাক হত্যা কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল বুলিও কয়।

ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বেংগালুৰু আৰক্ষীয়ে। হত্যাৰ গোচৰ ৰুজু হৈছে। ইমৰাণৰ ঘৰ উত্তৰ বেংগালুৰুৰ নাগাৱাৰাত। স্থানীয় ৰাইজৰ সৈতে কথা পাতি তেওঁৰ বৃত্তি কি আৰু তেওঁৰ দাবীত কিমান সত্যতা আছে সেয়া নিশ্চিত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে। এই সন্দৰ্ভত বেংগালুৰু আৰক্ষীৰ উপ-আয়ুক্ত জি কে মিথুন কুমাৰে কয়, “ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমি হোটেললৈ গৈছিলো। হোটেল কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলো। আমি সকলো দিশৰ তদন্ত কৰি আছো।”

Tags: MinorMurdercase
Share4Tweet3Send

Related Posts

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

by News Desk
August 11, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
ADVERTISEMENT
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT