ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2026
Reading Time: 1 min read
A A
0
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

পুনৰ বিতৰ্কত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (National Testing Agency) চমুকৈ এনটিএ। এইবাৰ ইউজিচি নেটৰ প্ৰশ্নকাকত (UGC Net question paper)ত একাধিক ‘ভুল’ৰ অভিযোগ উত্থাপন (Raising a complaint of ‘mistake’) হৈছে। ইয়াৰ বাবে ইংৰাজী, বাণিজ্য আৰু সমাজবিজ্ঞানৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব। দেওবাৰে এই কথা ঘোষণা কৰে পৰীক্ষা পৰিচালনা সংস্থা এনটিএয়ে। নতুন পৰীক্ষাৰ সময়সূচীও ঘোষণা কৰা হৈছে।

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ইংৰাজী আৰু বাণিজ্য শাখাৰ পৰীক্ষা। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী পৰীক্ষা। ইয়াৰ পিছত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাণিজ্য শাখাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পিছদিনা ১০ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা সমাজবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

চলিত বৰ্ষৰ জুন মাহত ৮৭টা বিষয়ত ইউজিচি-নেটৰ আয়োজন কৰা হৈছিল। পৰীক্ষাৰ পিছৰে পৰা প্ৰশ্নকাকতৰ মানদণ্ড সন্দৰ্ভত বিভিন্ন ক্ষেত্ৰত সমালোচনা আৰম্ভ হৈছে। শেহতীয়া পৰিস্থিতিত দেওবাৰে এনটিএয়ে এক অধিসূচনা জাৰি কৰি তিনিটা বিষয়ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। এক বিবৃতিত এনটিএয়ে কয় যে এই তিনিটা বিষয়ৰ প্ৰশ্নকাকতত একাধিক ভুল থকা বুলি কেইবাটাও অভিযোগ পোৱা গৈছে। অভিযোগৰ তদন্তৰ বাবে গঠন কৰা হয় এখন কমিটী। এনটিএয়ে কয় যে কমিটীয়ে তিনিওটা বিষয়ৰ প্ৰশ্নকাকতত কেইবাটাও বাস্তৱিক, টাইপোগ্ৰাফিক আৰু অনুবাদৰ ভুল পোৱা গৈছে।

neet1 2 | ASSAM TIMES POST
পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

এনে পৰিস্থিতিত সমগ্ৰ বিষয়টো ন্যায্য আৰু ভুলমুক্ত কৰি ৰাখিবলৈ কমিটীয়ে তিনিওটা বিষয়ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এনটিএয়ে এক বিবৃতিত কয় যে পুনৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীৰ পৰা কোনো অতিৰিক্ত মাচুল লোৱা নহ’ব। পৰীক্ষা কেন্দ্ৰ আৰু এডমিট কাৰ্ড সম্পৰ্কীয় তথ্য পিছত ৱেবছাইটত ঘোষণা কৰা হ’ব।

শেহতীয়াকৈ সমগ্ৰ দেশত ইউজিডি নীট (UGC-NEET) প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ বাবেই ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। প্ৰশ্নৰ সন্মুখীন হৈ পৰীক্ষা ব্যৱস্থাপনা সংস্থাই পৰীক্ষা ব্যৱস্থাৰ নিৰাপত্তা কটকটীয়া কৰাৰ উদ্যোগ লৈছে।

শেহতীয়াকৈ হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এনটিএয়ে মুখ্য কাৰ্যালয়, আঞ্চলিক কাৰ্যালয় আদিকে ধৰি বিভিন্ন স্থানত ২৪ ঘণ্টীয়া নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব এটা পেছাদাৰী কোম্পানীক অৰ্পণ কৰিব বিচাৰিছে। এই কাৰণতে তেওঁলোকে ৭.৫ কোটি টকাৰ নিবিদা আমন্ত্ৰণ জনাইছে। অৱশ্যে এই সকলোবোৰৰ মাজতো বিতৰ্কই তেওঁলোকক লগ এৰা নাই।

Tags: UGC-NEEQuestionpaperTMistake
Share4Tweet3Send

Related Posts

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
ADVERTISEMENT
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx