ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

RELATED POSTS

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

New Logo Smal 2 | ASSAM TIMES POST

অসম চৰকাৰে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ (Kazirang Eco-Sensitive Zone) পৰিসৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ১ কিলোমিটাৰলৈ হ্ৰাস (Reduce to 1 kilometer) কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে। একেদৰে কাৰ্বি আংলং জিলা কংগ্ৰেছ (Karbi Anglong District Congress)ৰ সভাপতি ৰতন ইংতি (President Ratan Ingti)য়েও এই বিষয়ত তীব্ৰ ক্ষোভ প্ৰকাশ (Express strong anger on the matter) কৰে।

cong | ASSAM TIMES POST
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

ডিফুত এক সংবাদমেল (Press Meet at Diphu) সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে কয় যে এই সিদ্ধান্তৰ ফলত বিশেষকৈ কাৰ্বি আংলং জিলাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। কাৰ্বি আংলঙত বিভিন্ন বন্যপ্ৰাণীৰ চলাচলৰ বাবে Animal Corridor আছে। এই অঞ্চলসমূহত যদি বিভিন্ন ধৰণৰ উদ্যোগ আৰু প্ৰতিষ্ঠান স্থাপন কৰা হয় তেন্তে বন্যপ্ৰাণীৰ লগতে মানুহৰো সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে।

আনহাতে, পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ আঁৰত ব্যৱসায়িক গোষ্ঠীক মাটি প্ৰদানৰ উদ্দেশ্য থকা বুলি ৰতন ইংতিয়ে অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ হ্ৰাস কৰি অঞ্চলটোত খনিজ আৰু অন্যান্য খনন কাৰ্যৰ পথ প্ৰশস্ত কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ লগতে বন্যপ্ৰাণী, পৰিৱেশ আৰু স্থানীয় জনসাধাৰণৰ স্বাৰ্থত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiAnglongDistrictCongressKazirangEcoSensitiveZone
Share5Tweet3Send

Related Posts

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
56
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
52
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

by News Desk
September 29, 2026
68
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

by News Desk
September 23, 2026
59
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

by News Desk
September 23, 2026
67
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

by News Desk
September 22, 2026
56
ADVERTISEMENT
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
50
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d