ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 24, 2026
Reading Time: 1 min read
A A
0
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

New Logo Smal 2 | ASSAM TIMES POST

যন্তৰ-মন্তৰত প্ৰতিবাদৰ (Jantar Mantar Protest) সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’লে (Promise not kept) পুনৰ আৰম্ভ হ’ব প্ৰতিবাদী কাৰ্যসূচী (Start a protest program)। দেওবাৰে ককৰোচ জনতা পাৰ্টিয়ে (CJP) এই কথা জনায়। এক বিবৃতিত তেওঁলোকে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ যুৱক-যুৱতীক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগিব। এই সন্দৰ্ভত সোমবাৰে ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে অভিজিৎ দীপকেৰ দলটোৱে।

হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, চিজেপিয়ে বিবৃতিটোত লিখিছে, “এই চৰকাৰে শান্তিপূৰ্ণ প্ৰতিবাদৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল। এইবাৰ সেই প্ৰতিবাদ শেষ হোৱাৰ লগে লগে চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰি সমগ্ৰ যুৱক-যুৱতীক অপমান কৰিছে। আমি সেয়া হ’বলৈ নিদিওঁ। ভাৰতৰ যুৱক-যুৱতীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ হ’ব লাগিব।”

চিজেপিয়ে আৰু দাবী কৰে যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এফআইআৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আদালতৰ পৰা বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো কোনো তালিকা দিয়া নাই। সদস্যসকলে দাবী কৰে যে সেই প্ৰতিশ্ৰুতি পূৰণৰ পৰা বাৰে বাৰে পিছুৱাই যোৱা, যিকোনো ধৰণৰ শিথিলতা, অসন্মানক ‘দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি বিশ্বাসঘাতকতা’ বুলি গণ্য কৰা হ’ব।

cjp1 3 | ASSAM TIMES POST
কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

তেওঁলোকৰ দাবী, নীট (NEET) কেলেংকাৰিৰ বাবে আত্মহত্যা কৰা প্ৰাৰ্থীসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে পুনৰ ৰাজপথলৈ ওলাই আহিব বুলি সকীয়াই দিছে চিজেপিয়ে। ২৪ আগষ্ট সোমবাৰে ঘোষণা কৰা হ’ব পৰৱৰ্তী সিদ্ধান্ত। ইয়াৰ বাবে তেওঁলোকে দেশবাসী আৰু যুৱক-যুৱতীসকলক প্ৰস্তুত হ’বলৈ কৈছে। এক বিবৃতিত তেওঁলোকে কয়, “আমাৰ প্ৰতিবাদৰ ফলত ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে। অৱশ্যে যুৱক-যুৱতীসকলক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ নোহোৱালৈকে আমি বহি নাথাকো।”

ইয়াৰ পূৰ্বে প্ৰায় এমাহ ধৰি চিজেপিয়ে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। নীট কেলেংকাৰীক লৈ ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ দাবী জনায়। ২৫ জুলাইত পদত্যাগ কৰাৰ পিছত এই আন্দোলনৰ অন্ত পৰে। চিজেপিয়ে ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ পৰা ‘স্কুল ঠিক কৰো’ কাৰ্যসূচী আৰম্ভ কৰে। তেওঁলোকৰ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে গ্ৰাম্য চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা। সেইদিনা মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ নিজা গাঁও সন্তুক পিমপ্ৰীতত দীপকেয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছত দীপকে লাটুৰৰ চৰকাৰী বিদ্যালয়ত অনুমতি অবিহনে প্ৰৱেশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। এইবাৰ কেন্দ্ৰই দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ ৰাজপথলৈ ওলাই আহিব বুলি দাবী কৰিছে চিজেপিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share4Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
55
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
50
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
50
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d