ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
September 13, 2026
Reading Time: 1 min read
A A
0
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

RELATED POSTS

Drugs Seized in Assam’s Khatkhati : two arrested

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

New Logo Smal 1 | ASSAM TIMES POST
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত দুজন সন্দেহযুক্ত সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে।আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত আলোপতিচৰ আৰক্ষীয়ে আলোপতি-শান্তিপুৰত অভিযান চলায়।

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:

অভিযানৰ সময়ত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আলোপতি-শান্তিপুৰৰ আব্দুল ওৱাহাব আৰু আছাদুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত দুয়োজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ থকা বুলি সন্দেহ কৰা ১৭টা কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ কৰে।

জব্দ কৰা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰমূল্য সম্পৰ্কে আৰক্ষীয়ে এতিয়ালৈকে সবিশেষ প্ৰকাশ কৰা নাই।আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
Share4Tweet3Send

Related Posts

Drugs Seized in Assam’s Khatkhati : two arrested
crime

Drugs Seized in Assam’s Khatkhati : two arrested

by ASSAM TIMES POST
January 18, 2026
54
Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown
crime

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

by ASSAM TIMES POST
January 12, 2026
60
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
55
Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
58
Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice
crime

Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice

by ASSAM TIMES POST
September 16, 2025
52
Doughter in law Injury I বোৱাৰীয়ে কিয় চাকৰি কৰিব? ৰাজপথত বোৱাৰীয়েকক ইটাৰে আঘাত শহুৰেকৰ
crime

Murder I বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ:স্বামী গ্ৰেপ্তাৰ

by Staff Reporter
September 7, 2025
74
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
51
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d