ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2026
Reading Time: 1 min read
A A
0
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

ডিফু চহৰৰ পাণবাৰীত বৃহস্পতিবাৰে ৰে’লপথত এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰে’ল সেতুৰ তলত জোপোহাৰ ভিতৰৰ পৰা এখন ভৰি ওলাই থকা স্থানীয় লোকে প্ৰত্যভৃক্ষ কৰে। ইয়াৰ পিছত আৰক্ষীক খবৰ দিয়ে।
ডিফুৰ ৰে'লপথত মৃতদেহ উদ্ধাৰ
ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে আহি আনুমানিক ৪০-৪৫ বছৰ বয়সৰ পুৰুষৰ মৃতদেহটো উদ্ধাৰি কৰি ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে। মৃত ব্যক্তিজনৰ ওচৰত কোনো পৰিচয়পত্র পোৱা নাই যদিও যোৱা ১৫ ছেপ্টেম্বৰত তেওঁ ডিব্রুগড়ৰ পৰা ফৰকাটিঙলৈ কটা এটি ৰে’লৰ টিকট পোৱা গৈছে।

সেয়ে দুদিন পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। আনহাতে, কি পৰিস্থিতিত তেওঁ ফৰকাটিং পাৰ হৈ ডিফু আহি পালে আৰু এইটো এটা দুর্ঘটনা নে ইয়াৰ আঁৰত অন্য কোনো ৰহস্য লুকাই আছে তাৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিফুৰ ৰে'লপথত মৃতদেহ উদ্ধাৰ
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
69
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
50
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d