ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
October 3, 2026
Reading Time: 1 min read
A A
0
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

RELATED POSTS

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

New Logo Smal 2 | ASSAM TIMES POST

৯ নং নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত জিলা দণ্ডাধীশ কাৰ্বি আংলঙে হাওৰাঘাট (Haoraghat) আবকাৰী চক্ৰৰ অন্তৰ্গত কাৰ্বি আংলং-নগাঁও জিলা সীমান্তৰ কাষৰীয়া অঞ্চলসমূহত শুকান দিৱস ঘোষণা (Dry day) কৰিছে।

dry | ASSAM TIMES POST
হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

২০২৬ চনৰ ৪ অক্টোবৰৰ সন্ধিয়া ৫:০০ বজাৰ পৰা বলবৎ হ’ব শুকান দিৱস আৰু ২০২৬ চনৰ ৬ অক্টোবৰত ভোটগ্ৰহণ সমাপ্ত নোহোৱালৈকে বলবৎ হ’ব। যিকোনো পুনৰ ভোটদানৰ দিনাও এই আদেশ প্ৰযোজ্য হ’ব, যদিহে অনুষ্ঠিত হয়। ভোট গণনাৰ বাবে নিৰ্ধাৰিত দিন ২০২৬ চনৰ ৯ অক্টোবৰতো ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে শুকান দিৱস হিচাপে ঘোষণা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Dryday
Share4Tweet3Send

Related Posts

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ADVERTISEMENT
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
50
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
50
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026
50
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

October 3, 2026
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d