
নগাঁও লোকসভা সমষ্টিৰ ধিং বিধানসভা সমষ্টিৰ বেচামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৭১ নং ভোটগ্ৰহন কেন্দ্ৰৰ ই ভি এম বিকল। ইফালে ধিঙৰ শ্বহীদ মোজাম্মিল হক মুক্তাব বিদ্যালয়ৰ ১৪২ নং ভোট গ্রহণ কেন্দ্রৰ EVM বিকল হৈ হৈছে পৰিছে। এঘণ্টা ধৰি বিকল হৈ থকাত ভোটাৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া।












