ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

নিউজ ডেস্কঃ

News Desk by News Desk
October 7, 2026
Reading Time: 1 min read
A A
0
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

RELATED POSTS

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

New Logo Smal 2 | ASSAM TIMES POST

কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ (Andra Pradesh) কাউণ্টাৰ ইনটেলিজেন্স চেলে (চি আই) (Counter intelligence cell) তামিলনাডুৰ পৰা পাকিস্তানলৈ চোৰাং তথ্য সৰবৰাহ (Smuggling information to Pakistan) কৰাৰ অভিযোগত এজন বঙালী নৌসেনাৰ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। কেৱল নৌসেনাৰ বিষয়াজনেই নহয়, চোৰাংচোৱা সংস্থাৰ সন্দেহযুক্ত লোকৰ তালিকাত আৰু ১৮ জন লোকৰ নাম আহিছে। ইয়াৰে ১৩ জন নৌসেনাৰ বিষয়া।

ইয়াৰ পিছত দেশৰ নিৰাপত্তা সম্পৰ্কীয় তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থালৈ কোনে প্ৰেৰণ কৰি আছিল তাৰ ওৰত কাউণ্টাৰ ইনটেলিজেন্স চেলে অভিযান আৰম্ভ কৰে। এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন ফায়াৰৱাল ২০২৬’। দেশৰ ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ১২টা দলত তালাচী চলাইছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা চোৰাংচোৱাগিৰিৰ অভিযোগত নৌসেনাৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা তালাচী তীব্ৰতৰ হৈ পৰিছে।

pak | ASSAM TIMES POST
পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত (এ আইৰ দ্বাৰা তৈয়াৰী ছবি)

সূত্ৰ অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ বাহিৰেও কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা, দিল্লী, গুজৰাট, তামিলনাডু, বিহাৰ আৰু ছত্তীশগড়ত তালাচী চলোৱা হৈছে। তদন্তমূলক সূত্ৰই দাবী কৰিছে যে পাকিস্তানী হেণ্ডলাৰ বা চোৰাংচোৱা এজেণ্টৰ সৈতে যোগাযোগ মূলতঃ ‘এনক্ৰিপ্ট’ প্লেটফৰ্মৰ জৰিয়তে হয়। ইয়াৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সূত্ৰ অনুসৰি, বিশাখাপট্টনম নৌসেনা ঘাটিকে ধৰি দেশৰ অন্যান্য প্ৰান্তত সামৰিক আৰু নিৰাপত্তা সম্পৰ্কীয় তথ্য ফাদিল হৈছে। নৌসেনাৰ বিষয়া, সন্ত্ৰাসবাদ বিৰোধী শাখা আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ সহায়ত ১৮ জন সন্দেহযুক্ত লোকৰ ঠিকনাত তালাচী চলোৱা হয়। তেওঁলোকৰ পৰা কেইবাটাও নথি-পত্ৰ, ইলেক্ট্ৰনিক গেজেট আৰু মোবাইল জব্দ কৰে।

তদন্তকাৰীয়ে জনোৱা মতে, দুদিনমান পূৰ্বে কয়ম্বটুৰৰ পৰা পশ্চিমবংগৰ বাসিন্দা প্ৰদীপ মুখাৰ্জী নামৰ এজন নৌসেনাৰ জোৱানক গ্ৰেপ্তাৰ কৰা হৈছিল। আদালতে তেওঁক ১৪ অক্টোবৰলৈ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰি নৌসেনা বিষয়াৰ গাড়ীচালক অন্নম সাই ভৰা প্ৰসাদক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ কৰা হৈছে যে দুয়োজনে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত পাকিস্তানলৈ তথ্য সৰবৰাহ কৰিছিল। কেনেধৰণৰ তথ্য সৰবৰাহ কৰা হৈছিল, আৰু কি কি সংবেদনশীল তথ্য সৰবৰাহ কৰা হৈছিল তদন্তকাৰীয়ে তাৰ তদন্ত কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CounterintelligencecellPakSpy
Share4Tweet3Send

Related Posts

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

by News Desk
October 7, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
51
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
51
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
ADVERTISEMENT
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026
50
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান
National-International

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

October 7, 2026
50
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026
Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d