ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

News Desk by News Desk
November 16, 2026
Reading Time: 1 min read
A A
0
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

RELATED POSTS

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

New Logo Smal 1 | ASSAM TIMES POST

মহাৰাষ্ট্ৰত ইণ্ডিগোৰ (Indigo) এগৰাকী কৰ্মচাৰীৰ মৃত্যু ৰহস্যৰ আবৰ্তত সোমাই পৰিছে। ৩৫ বছৰীয়া বৰষা ঠাকুৰে পুনে বিমানবন্দৰৰ ইণ্ডিগো টিকট কাউণ্টাৰত কৰ্মৰত আছিল। শনিবাৰে গণ্ডিয়া জিলাৰ বান্দ্ৰাণী বনাঞ্চলত তেওঁৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৰ্ষা দীপাৱলীৰ ছুটীত নিজৰ ঘৰলৈ আহিছিল। তেওঁৰ ডেৰ-দুবছৰীয়া ল’ৰা এটাও আছে। শনিবাৰে বৰ্ষাৰ লগত এজন যুৱকো আছিল। আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

IndiGo I
ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য:

বৰ্ষাৰ পিতৃৰ ঘৰ মধ্যপ্ৰদেশৰ বালাঘাট জিলাত। ই মহাৰাষ্ট্ৰ সীমান্তৰ লগত সংলগ্ন। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল যুৱতীগৰাকী। নিতেশ আগৰৱালা নামৰ বন্ধু এজনৰ লগত তেওঁ নদীৰ কাষলৈ ফুৰিবলৈ গৈছিল। কেইঘণ্টামান পিছত নিতেশে তেওঁৰ ঘৰলৈ ফোন কৰি কয় যে তেওঁলোকক ডকাইতে আক্ৰমণ কৰিছে, বৰ্ষা আহত হৈছে । বৰ্ষাৰ পৰিয়ালৰ লোকে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ বনাঞ্চলত উপস্থিত হয়। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। প্ৰথমতে তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে।

নিতেশে আৰক্ষীক জনায় যে কিছুমান মুখা পিন্ধা লোকে হাবিলৈ আহি তেওঁলোকৰ সকলো বস্তু লুটি লৈ যায়। ইয়াৰ পিছত তেওঁলোকে বৰ্ষাক আক্ৰমণ কৰে। এই বক্তব্যক লৈ তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ নিতেশৰ শৰীৰত কোনো আঘাতৰ চিন নাছিল। যদি ডকাইতৰ সৈতে সংঘৰ্ষ বা কাজিয়া হ’লহেঁতেন তেন্তে তেৱোঁ আহত হ’লহেঁতেন। ইয়াৰ পিছত আৰক্ষীয়ে নিতেশক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে তদন্তকাৰীয়ে অপেক্ষা কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইণ্ডিগোত কৰ্মৰত যুৱতীৰঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্যৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ
Share4Tweet3Send

Related Posts

সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে
National-International

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

by News Desk
November 16, 2026
50
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

by News Desk
November 16, 2026
50
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

by News Desk
November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
ADVERTISEMENT
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

November 16, 2026
50
সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে
National-International

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

November 16, 2026
50
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
50
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

November 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

November 16, 2026
সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

November 16, 2026
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d