ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

News Desk by News Desk
November 14, 2026
Reading Time: 1 min read
A A
0
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

RELATED POSTS

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

New Logo Smal 1 | ASSAM TIMES POST

কুলগামত চিআৰপিএফ শিবিৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী তিনিজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। সন্ত্ৰাসবাদীয়ে কোন পথেৰে পলায়ন কৰিছিল সেই পথটো চিনাক্ত কৰি সেনাই তাত অনুসন্ধান অব্যাহত ৰাখিছে। তদন্তকাৰীয়ে ইতিমধ্যে ৫০০ লোকক সোধা-পোছা কৰিছে।

JK terrorist attack ।
কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা:

২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোকসকলে সন্ত্ৰাসবাদীক বিভিন্ন ধৰণে সহায় কৰাৰ সন্দেহ কৰা হৈছে। আক্ৰমণ সংঘটিত কৰাৰ পৰা আৰম্ভ কৰি আশ্ৰয় আৰু খাদ্য যোগান ধৰালৈকে ‘অভাৰগ্ৰাউণ্ড ৱৰ্কাৰছ’সকলে তেওঁলোকৰ বাবে ব্যৱস্থা কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, একে ধৰণেৰে ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে যোৱা ১১ নৱেম্বৰত দুপৰীয়া প্ৰায় ২.১৫ বজাত কুলগামৰ মিৰবজাৰৰ সমীপৰ আখৰাণত চিআৰপিএফ দলৰ ৪৬ নং বেটেলিয়নৰ নাকা দলত তিনিজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল।

এই আক্ৰমণত আহত হেড কনিষ্টবল সোমবীৰ সিং, কনিষ্টবল ৰাকেশ দাস আৰু কনিষ্টবল সন্তোষ চন্দ্ৰ। সোমবীৰৰ হাতত, ৰাকেশৰ ভৰিত আৰু সন্তোষৰ তলপেট আৰু মেৰুদণ্ডত গুলী লাগিছিল। তিনিওজনকে অনন্তনাগৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত সন্তোষক শ্ৰীনগৰৰ সেনা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

প্ৰাথমিক তদন্তত সন্ত্ৰাসবাদীকেইজন বাইকেৰে আহিছিল বুলি জানিব পৰা গৈছে। অৱশ্যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদীয়ে জংঘলৰ ভিতৰৰ পৰা খোজকাঢ়ি আহিছিল। গুলীচালনাৰ পিছত জংঘলৰ মাজেৰে উভতি পলায়ন কৰে। সন্ত্ৰাসবাদীয়ে ৩০ জাঁই গুলীচালনা কৰে। আক্ৰমণৰ পিছৰে পৰা কুলগাম আৰু ইয়াৰ কাষৰীয়া অঞ্চলত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰাকুলগাম চিআৰপিএফ শিবিৰত২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

by News Desk
November 13, 2026
50
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে
National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

by News Desk
November 13, 2026
50
ADVERTISEMENT
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d