ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰ’ণা সংক্ৰমণ ৰোধ : আয়ুস মন্ত্ৰালয়ৰ ৫টা পৰামৰ্শ

ASSAM TIMES POST by ASSAM TIMES POST
April 19, 2020
Reading Time: 1 min read
A A
0
ক’ৰ’ণা সংক্ৰমণ ৰোধ : আয়ুস মন্ত্ৰালয়ৰ ৫টা পৰামৰ্শ

0 1 e1574345654996 6 1 2 2 8 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

বিশেষ প্ৰতিবেদন:

আয়ুস মন্ত্ৰালয়ৰ মতে আমি ঘৰতে যদি কেইটামান নিয়ম সঠিকভাৱে পালন কৰো তেতিয়াহ’লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দিনক দিনে বৃদ্ধি পাব আৰু যিকোনো সংক্ৰমণৰ পৰা হাত সাৰিব পৰা যাব। এই নিয়ম কেইটা কি জানোঁ আহক :

DC D | ASSAM TIMES POSTDC C | ASSAM TIMES POSTDC B | ASSAM TIMES POSTDC A | ASSAM TIMES POST

১) শৰীৰত যাতে মাৰাত্মক ক’ৰ’ণাভাইৰাছৰ সংক্ৰমণ নঘটে আৰু ইয়াৰ উপৰি সচৰাচৰ যাতে কোনো ৰোগ নহয় তাৰ বাবে নিয়মিতভাৱে দৈনিক এক গিলাচকৈ গৰম পানী খোৱা উচিত।

২) শৰীৰক সুস্থ কৰি ৰাখিবলৈ নিয়মিত শৰীৰ চৰ্চা অৱশ্যেই প্ৰয়োজন। সেয়ে প্ৰতিদিনে অন্তত ৩০ মিনিটকৈ হ’লেও প্ৰাণায়াম আৰু যোগাসন কৰক।

৩) আপোনাৰ প্ৰতিদিনৰ খাদ্য তালিকাত অৱশ্যেই হালধি মিশ্ৰিত গৰম গাখীৰ পান কৰক।, ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু যিকোনো ৰোগ সংক্ৰমণৰ পৰা মুক্তি পাব।

৪) তুলসীৰ পাত, জালুক আৰু শুকান আদা পানীত মিহলাই গৰম কৰি নিয়মিতভাৱে পান কৰক। তাত নেমুৰ ৰসো দিব পাৰে।
৫) প্ৰতিদিনে পুৱা নিয়ম মতে চৱনপ্ৰাছ খোৱাৰ অভ্যাস কৰক আৰু প্ৰতিদিনৰ ৰন্ধন কাৰ্যত অধিককৈ ধনীয়া পাত, নহৰু আৰু আদা ব্যৱহাৰ কৰক।

Tags: Featured2
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
ADVERTISEMENT
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT