ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৫ বছৰত ১৪ লাখ টকা : ডাকঘৰৰ সৰ্বাধিক লাভজনক আঁচনি

News Desk by News Desk
July 25, 2020
Reading Time: 1 min read
A A
0
৫ বছৰত ১৪ লাখ টকা : ডাকঘৰৰ সৰ্বাধিক লাভজনক আঁচনি

logo new 2 11 | ASSAM TIMES POST
নিউজ ডেস্ক :

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

সময়ে সময়ে ডাকঘৰৰ বিভিন্ন আঁচনি আহে। এইবাৰ বয়স্ক লোকসকলৰ বাবে এটি বিশেষ আঁচনি আহিছে। যদি এই কৰোনা সংকটত বিনিয়োগৰ পৰিকল্পনা কৰে তেতিয়াহ’লে কেইবছৰমানৰ ভিতৰতে আপুনি কোটিপতি হ’ব পাৰে।

ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক জমা আঁচনিত বিনিয়োগকাৰীসকলে ৭.৪ শতাংশ হাৰত সুদ পায়। কিন্তু এইবাৰ মাত্র ৫ বছৰত পাব পাৰে ১৪ লাখ টকা।

জ্যেষ্ঠ নাগৰিক জমা আঁচনিৰ অধীনত একাউন্ট খুলিবলৈ হ’লে আপোনাৰ বয়স কমপক্ষেও ৬০ বছৰ হ’ব লাগিব। ইয়াৰ উপৰি স্বেচ্ছায় অৱসৰ লোৱা ব্যক্তিয়েও ইয়াৰ অধীনত একাউন্ট খুলিব পাৰে।

আপুনি যদি এই আঁচনিত ১০ লাখ টকা বিনিয়োগ কৰে তেতিয়া পৰৱর্তী ৫ বছৰত ৭.৪ শতাংশ (যৌগিক) সুদৰ হাৰত মেচিউৰিটিৰ সময়ত মুঠ টকা পাব ১৪ লাখ ২৮ হাজাৰ ৯৬৪ টকা। অর্থাৎ ৪ লাখ ২৮ হাজাৰ ৯৬৪ টকা পোৱা যাব সুদ হিচাবে।

এই আঁচনিত একাউন্ট খুলিবলৈ হ’লে আপুনি যে ১০ লাখ টকাই জমা কৰিব লাগিব তেনে কোনো কথা নাই। মাত্র ১০০০ টকা জমা ৰাখিও এই একাউন্ট খুলিব পাৰে।

অৱশ্যে, এই একাউন্টত ১৫ লাখ টকাৰ বেছি টকা ৰাখিব পৰা নাযাব। লগতে এক লাখ টকাৰ বেছি একাউন্ট খোলাৰ বাবে আপোনাক এখন চেক দিয়া হ’ব।

ইয়াৰ ম্যাদ সাধাৰণতে ৫ বছৰ, তথাপি বিনিয়োগকাৰীয়ে বিচাৰিলে এই সময়সীমা বঢ়াবও পাৰে। ইণ্ডিয়া পোষ্ট ৱেবছাইট অনুসৰি, আপুনি এই স্কিমত মেচিউৰিটিৰ পিছত আৰু ৩ বছৰ বঢ়াব পাৰে। ইয়াক বঢ়াবলৈ আপুনি ডাকঘৰত গৈ আবেদন কৰিব লাগিব। এই স্কিমত আমানতকাৰীয়ে বিচাৰিলে তেওঁৰ পত্নী/স্বামীৰ সৈতে যৌথভাবেও একাউন্ট খুলিব পাৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT