ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কিচমিচ খালে শৰীৰৰ কি উপকাৰ হয়?

ASSAM TIMES POST by ASSAM TIMES POST
October 6, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কিচমিচ খালে শৰীৰৰ কি উপকাৰ হয়?

logo new 2 1 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন :

নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খোৱা উচিত। কিচমিচ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খাই বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা যায়।

কিচমিচৰ কিছু উপকাৰিতা সম্পর্কে জানি লওঁ আহক।

kismis 1481792612 2642621 | ASSAM TIMES POSTডায়েবেটিছত আক্রান্ত ৰোগীসকলৰ বাবে কিচমিচ খোৱাটো উপকাৰী। কিচমিচ খালে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকে। ডায়েবেটিছ ৰোগীসকলে প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খোৱা উচিত। একেদৰে কিচমিচ খালে ৰোগ প্রতিৰোধ ক্ষমতাও শক্তিশালী হয়।

কোভিউড-১৯ৰ পৰা নিৰাপদে থকাৰ বাবে, ৰোগ প্রতিৰোধ ক্ষমতা বজায় ৰখা অত্যন্ত গুৰুত্বপূর্ণ। কিচমিচ কেন্সাৰ কোষৰ বৃদ্ধি নিয়ন্ত্রণতো সহায়ক। স্বাস্থ্যৱান আৰু নিৰোগী হৈ থকাৰ বাবে ডায়েটত কিচমিচক অৱশ্যেই অন্তর্ভুক্ত কৰিব লাগিব।

একেদৰে কিচমিচ খোৱাটো লিভাৰৰ বাবেও খুব উপকাৰী। কিচমিচ খোৱাৰ ফলত লিভাৰ স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকে। লিভাৰৰ ৰোগীসকলে প্রতিদিনে কিচমিচ খোৱা উচিত। ইয়াৰ উপৰি ৰক্তহীনতাত ভোগা ৰোগীসকলেও প্রতিদিনে কিচমিচ খোৱা উচিত। কিচমিচ খালে ৰক্তক্ষয় হ্রাস পায়।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT