ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জলবায়ু পৰিৱৰ্তনে ধ্বংস কৰিছিল মধ্য এছিয়াৰ সভ্যতা:

ASSAM TIMES POST by ASSAM TIMES POST
February 5, 2021
Reading Time: 1 min read
A A
0
জলবায়ু পৰিৱৰ্তনে ধ্বংস কৰিছিল মধ্য এছিয়াৰ সভ্যতা:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

বিশেষ প্ৰতিবেদন:

ইতিহাসত স্থিৰ সত্য বুলি একো নাই। নতুন নতুন গৱেষণাত বাৰে বাৰে সলনি হয় তথ্য। তেনেকুৱাই সলনি হোৱা এক তথ্য পোহৰলৈ আহিছে। গৱেষণাৰ নতুন তথ্য অনুসৰি জানিবলৈ পোৱা গৈছে, জেঙ্গিজ খান নহয়, মধ্য এছিয়াৰ সভ্যতা ধ্বংসৰ বাবে দায়ী জলবায়ুৰ পৰিৱর্তন।

ইমান দিনে ইতিহাসত পঢ়িবলৈ পোৱা গৈছিল যে, ত্রয়োদশ শতকাৰ প্রথম ভাগত (early 13th century)দক্ষিণ কাজাকাস্তান (southern Kazakhstan) উজবেকিস্তান আৰু কিৰগিজস্তানৰ প্রাচীন সভ্যতা ধ্বংসৰ (Central Asia’s medieval river civilisations) বাবে দায়ী মোগল অধিপতি জেঙ্গিজ খান (Genghis Khan)। কিন্তু সাম্প্রতিক গৱেষণাই অন্য এক ইতিহাস পোহৰলৈ আনিছে।

ইংলেণ্ডৰ লিঙ্কন বিশ্ববিদ্যালয়ৰ (University of Lincoln, UK) গৱেষক আৰু পৰিৱেশ বিজ্ঞানীসকলে কৈছে যে, জেঙ্গিজ খানৰ আক্রমণ নহয়, এই অঞ্চলৰ জনবসতি আৰু সভ্যতা ধ্বংস হ’ল জলবায়ু পৰিৱর্তনৰ ফলতেই।

মধ্য এছিয়াৰ (Mid Asia) আমু ডাৰিয়া (Amu Darya)আৰু চিৰ ডাৰিয়া (Syr Darya) নদীৰ পলসেৰে গঠিত উর্বৰ ভূমিত এই সভ্যতা আৰু জনবসতিয়ে গঢ় লৈ উঠিছিল। এতিয়া নতুন গৱেষণাৰপৰা জানিবলৈ পোৱা গৈছে যে, ত্রয়োদশ শতিকাত এই অঞ্চলত জলবায়ুৰ ব্যাপক পৰিৱর্তন হয়। ফলত সকলো নদী শুকাই যায়। সেই বাবেই ইয়াৰ বাসিন্দাসকলে এই স্থান পৰিত্যাগ কৰিছিল।

নদী-ইতিহাস বিশেষজ্ঞ মার্ক মেকলিনৰ(Mark Macklin)মতে, এই সভ্যতা সপ্তম আৰু অষ্টম শতাব্দীৰ আৰৱীয় আক্রমণ সহজেই সম্ভালি লৈছিল ৷ আক্রমণ শান্ত হোৱাৰ পিছত যুদ্ধৰ সময়ত পলাই যোৱা বাসিন্দা সকল পুনৰ সেই অঞ্চললৈ ঘুৰি আহিছিল। প্ৰকৃততে তেতিয়াও অঞ্চলটো অতি উর্বৰ আছিল।

কিন্তু ১৩ শতিকাৰ পিছত সেই উৰ্বৰতা টিকি থকা নাছিল । তেতিয়াৰপৰাই নদীসমূহ শুকাই যাবলৈ আৰম্ভ কৰাৰ লগতে মাটিৰ উর্বৰতা কমি যায় ৷ ফলত লাহে লাহে তাত বাস কৰা জনসাধাৰণৰ খাদ্য সামগ্ৰীৰ নাটনি হ’বলৈ ধৰে । তেনেদৰেই তাত বিকাশ হ’বলৈ আৰম্ভ কৰা সভ্যতাৰো জীৱন কাল টুটি আহি নিচিহ্ণ হৈ পৰে ৷

Tags: feature
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
50
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx