ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থাৰ দাবীত বকলীয়াঘাটত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

ASSAM TIMES POST by ASSAM TIMES POST
September 7, 2019
Reading Time: 1 min read
A A
0
আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থাৰ দাবীত বকলীয়াঘাটত যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

প্ৰশান্ত বৰা, বকলীয়াঘাটঃ আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি বকলীয়াঘাট নগৰৰ মাজেৰে এক জোৰ সমদল উলিওৱা হয় ।

1d18d5c1 d59b 4f02 b877 29a1bbeeab74 | ASSAM TIMES POST

পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে আজিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ‘আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰক’, আমাৰ দাবী মানিবই লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, এই জুই জ্বলিছে, জ্বলিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।47b37616 a9cb 4742 bcc1 66764bc522ae | ASSAM TIMES POST

সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু কলিতাই জোৰ সমদলৰ আৰম্ভণিতে প্ৰদান কৰা ভাষণত যুৱ ছাত্ৰ পৰিষদে যোৱা ৪২ বছৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী কৰি অহাৰ পিছতো চৰকাৰে ইয়াক কাৰ্যকৰী নকৰা বুলি কঠোৰ সমালোচনা কৰে । আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে অসমত খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও লগতে দাবী কৰে ছাত্ৰ নেতাগৰাকীয়ে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx