ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি পাহাৰত অবৈধ খনন আৰু সৰবৰাহ বন্ধ নহলে শীঘ্ৰে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ উছুকাৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0
kasu

ezgif 4 d314b1d22ab8 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলঙৰ বনাঞ্চলত খনিজজাত সামগ্ৰীৰ অবৈধ খনন আৰু সৰবৰাহকলৈ সৰব হৈ পৰিছে সন্মিলিত কাৰ্বি আংলঙ জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাই৷

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উছুকাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই অভিযোগ উত্থাপন কৰে যে একাংশ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত জিলাখনৰ বনজ সম্পদৰ অবাধ খনন আৰু সৰবৰাহ অব্যাহত আছে৷

এই ক্ষেত্ৰত বনকৰ্মী, বিষয়া সকলো জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে৷ পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙে বনজ সম্পদ সমূহৰ অবৈধ খনন আৰু সৰবৰাহ বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো অবাধ হাৰত খনন আৰু সৰবাৰাহ চলি থকাটো অতিশয় পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে নেতাগৰাকীয়ে৷

বনজ সম্পদৰ অবৈধ খনন আৰু সৰবৰাহ বন্ধ নকৰিলে উছুকাই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি বিবৃতি যোগে হুংকাৰ দিছে৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx