ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলঙৰ বিশিষ্টা সমাজ সেৱিকা তৰুলতা বৰুৱাৰ দেহাৱসানঃ প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপি মাতৃহীন হ’ল

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি আংলঙৰ বিশিষ্টা সমাজ সেৱিকা তৰুলতা বৰুৱাৰ দেহাৱসানঃ প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপি মাতৃহীন হ’ল

LOGO ASSAM TIMES POST | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী আৰু প্রাক্তন সাধাৰণ সম্পাদক, বিশিষ্টা সমাজ সেৱিকা তৰুলতা বৰুৱাৰ ৮৫ বছৰ বয়সত বাৰ্ধক্য জনিত ৰোগত কালি ৰাতি প্রায় ১১.৩০ বজাত পৰলোক প্রাপ্তি হয়। এগৰাকী আদৰ্শ পত্নী, বোৱাৰী, মাতৃ আৰু পিছপৰা কাৰ্বি আংলং জিলাখনৰ মহিলা সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত অন্যতম গুৰি ধৰোতা তৰুলতা বৰুৱাৰ মৃত্যুত ডিফুৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনতে শোকৰ ছাঁ পৰিছে।

0840004e d0c4 4abc 927e 55495ef53a5a | ASSAM TIMES POST

63dc92b1 8334 40a9 a51e 21d46856c924 | ASSAM TIMES POST

নগাঁও খৃষ্টিয়ানপত্তিৰ পিতৃ সদানন্দ বৰুৱাৰ ঔৰষত আৰু মাতৃ সেন্দুৰী বৰুৱাৰ গর্ভত ১৯৩৫ চনত জন্ম গ্ৰহণ কৰা তৰুলতা বৰুৱাৰ নগাঁওৰে গমাৰি আটিৰ নিৱাসী তথা কাৰবি আংলং জিলাৰ আবকাৰী বিভাগৰ অধীক্ষক ৰত্নেশ্বৰ ৰংপিৰ সৈতে ১৯৫১ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।

তেতিয়াৰ নৱগঠিত পাহাৰীয়া জিলাখনৰ প্ৰতিষ্ঠা লগ্নৰ পৰাই স্বামী ৰত্নেশ্বৰ ৰংপিৰ সৈতে ডিফুত স্থায়ীভাৱে থাকিবলৈ লোৱা তৰুলতা বৰুৱাই কাৰ্বি আংলং জিলা মহিলা সমিতিৰ প্ৰতিষ্ঠাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হয় আৰু পাছৰ পৰ্যায়ত ইয়াৰ সাধাৰণ সম্পাদক আৰু সভানেত্ৰী পদতো অধিস্থিত হৈছিল।

দুগৰাকী সুযোগ্যা জীয়াৰী আৰু দুটাকৈ সুযোগ্য পুত্ৰ সন্তানৰ আদর্শ মাতৃ তৰুলতা বৰুৱাই কাৰবি আংলং জিলা মহিলা সমিতিৰ জৰিয়তে পিছপৰা জিলাখনৰ মহিলা সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ যায়। তৰুলতা বৰুৱাৰ মৃত্যুত কাৰবি আংলঙে এগৰাকী বিদুষী মহিলা, নিষ্ঠাৱান সমাজ সেৱিকা হেৰুৱালে।

Tags: Featured
Share84Tweet3Send

Related Posts

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx