ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা: পুনৰ নতুনকৈ ৮০৭২জনৰ দেহত ক’ৰোণাৰ অৱস্থিতি

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2022
Reading Time: 2 mins read
A A
0
অসমত ৩৭জনলৈ বৃদ্ধি ক’ৰোনা আক্রান্ত

logo new 2 1 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৩৯৪৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮০৭২ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

ইয়াৰে ১৯৯৬জন কেৱল কামৰূপ মেট্ৰ’ৰ।তদুপৰি, ৫৫১জন ডিব্ৰুগড়ৰ, ৪৭৪জন কাচাৰৰ আৰু ৪৭০জন যোৰহাটৰ।মঙলবাৰৰ  দিনটোত আক্ৰান্তৰ গড় হৈছে ১২.৬২ শতাংশ।

আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ১৬ জন ব্যক্তিৰ৷ উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৪৪৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৪.৩৯ শতাংশ।

Summary of 18/01/2022

Today’s Total 8072

Overall Positivity Percentage (8072 cases out of 63,944 test done = 12.62%)

Kamrup(M) 1996

Death 16

Recovery Rate 94.39%

— Himanta Biswa Sarma (@himantabiswa) January 18, 2022

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx