ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লীলৈ অহা যুৱতীক বিমানবন্দৰতেই বিয়াৰ প্রস্তাৱ!

News Desk by News Desk
March 28, 2022
Reading Time: 1 min read
A A
0
যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লীলৈ অহা যুৱতীক বিমানবন্দৰতেই বিয়াৰ প্রস্তাৱ!

RELATED POSTS

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

দেশৰ বিপন্ন পৰিস্থিতিতো এক প্রেমৰ সম্পর্কই সফল পৰিণতি লাভ কৰিলে। আৰম্ভণি হৈছিল ২০২০ চনত। অতিমাৰি পৰিবেশত প্রথম লকডাউন জাৰি হোৱাত কেইদিনমান পূৰ্বে দিল্লীলৈ ফুৰিবলৈ আহিছিল আনা হোৰোডেটস্কা। ইউক্রেইনৰ কিভৰ বাসিন্দা তেওঁ। কিন্তু লকডাউনৰ কাৰণে আবদ্ধ হৈ পৰিছিল ভাৰতত। সেই সময়ত বন্ধুত্ব গঢ়ি উঠে দিল্লী হাইকোর্টৰ এজন অধিবক্তা অনুভৱ ভাসিনৰ সৈতে। বন্ধুত্বৰ পৰা লাহে লাহে প্রেমৰ সম্পর্ক আৰম্ভ হয় তেওঁলোকৰ। ইয়াৰ পিছত দেশলৈ উভতি যায় আনা। কিন্তু তাৰ পিছতো নিয়মিত যোগাযোগ আছিল তেওঁলোকৰ মাজত। দিল্লী আৰু কিভৰ মাজত হাজাৰ হাজাৰ মাইলৰ দূৰত্ব থাকিলেও, আনা-অনুভৱৰ মনৰ দূৰত্ব কেতিয়াও কমা নাছিল।

marray 1 | ASSAM TIMES POST

ইয়াৰ পিছতেই ইউক্রেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াই। যুদ্ধ আৰম্ভৰ পিছৰ পৰা কিভ এৰি নিৰাপদ আশ্রয়ত, নতুবা প্রতিবেশী দেশবোৰলৈ পলাবলৈ আৰম্ভ কৰে ইউক্রেইনীয়সকলে। কিন্তু সকলোৰে দৰে পোলেণ্ড বা হাঙ্গেৰীলৈ নাযায় আনা। দিল্লীলৈ তেওঁৰ মনৰ মানুহৰ ওচৰলৈয়েই ঘূৰি আহিব বিচাৰিছিল। সেয়ে পলম নকৰি যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লী উদ্দেশ্যে ৰাওনা হয় আনা।

প্রথমে কিভৰ পৰা পলাই লুভিভলৈ যায় আনা। তাৰ পিছত শ্লোভাকিয়া সীমান্তত উপস্থিত হয়। অনুভৱৰ বন্ধুসকলৰ সহায়ত আনাই পোলেণ্ডলৈ যায়। তাত ভাৰতীয় দূতাবাসৰ পৰা ভিছাৰ অনুমতি লাভ কৰি দিল্লীলৈ উৰা মাৰে তেওঁ। আনহাতে, নিজ দেশ, নিজৰ প্রিয় মানুহক এৰি দিল্লীলৈ আহিছে আনা৷ সেয়ে এই মুহূর্তটো চিৰস্মৰণীয় কৰি ৰাখিব বিচাৰিছিল অনুভৱে। বিয়া কৰোৱাৰ পৰিকল্পনা অৱশ্যে পূৰ্বৰ পৰাই আছিল। কিন্তু বিমানবন্দৰত আনাই ভৰি থোৱাৰ লগে লগেই তাত তেওঁক বিয়াৰ প্রস্তাৱ দিয়ে অনুভৱে। আগন্তুক এক মাহৰ ভিতৰত শুভ দিন-ক্ষণ চাই আনাক বিয়া কৰাব অনুভৱে। তাৰ পিছতেই দেশৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব তেওঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

by News Desk
September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
51
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
52
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
53
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d