ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ধর্ম সংসদৰ অনুমতি নিদিলে উত্তৰাখণ্ডত, কঠোৰ আদালত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 27, 2022
Reading Time: 1 min read
A A
0
ধর্ম সংসদৰ অনুমতি নিদিলে উত্তৰাখণ্ডত, কঠোৰ আদালত

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

logo new 2 1 1 4 1 3 4 4 | ASSAM TIMES POST

উত্তৰাখণ্ডৰ ৰুঢ়কিৰ ধর্ম সংসদক লৈ কঠোৰ মনোভাব জনাইছিল ছুপ্রিম কোর্টে। তাৰ কেইঘণ্টামানৰ ভিতৰতেই মঙলবাৰে নিশা উত্তৰাখণ্ড আৰক্ষীয়ে জনাইছে, ৰুঢ়কিত কোনো ধর্ম সংসদৰ অনুমতি দিয়া নহ’ব।

ধর্ম সংসদৰ অনুমতি এটি দক্ষিণপন্থী সংগঠনে উক্ত ধর্ম সংসদৰ আয়োজন কৰিছিল। আয়োজকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। ৰুঢ়কিত য’ত ধর্ম সংসদ আয়োজনৰ কথা আছিল, সেই স্থান আৰক্ষীয়ে ঘেৰি ৰাখিছে।

ধর্ম সংসদৰ অনুমতি নিদিলে উত্তৰাখণ্ডতমঙলবাৰেই ছুপ্রিম কোর্টে স্পষ্ট কৰি দিছিল, ধর্মসংসদত সংখ্যালঘুসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ কোনো কাৰণতেই সহ্য কৰা নহ’ব। তাত যাতে ঘৃণামূলক ভাষণ দিয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ উক্ত ৰাজ্য চৰকাৰক নির্দেশ দিয়ে শীর্ষ আদালতে। ইয়াৰ অন্যথা উত্তৰাখণ্ডৰ মুখ্য সচিবে দাযিত্ব ল’ব লাগিব বুলিও সতর্ক কৰিছিল ছুপ্রিম কোর্টে।

ধর্ম সংসদৰ অনুমতিউল্লেখ্য, ৰুঢ়কিত বৃহস্পতিবাৰে ধর্ম সংসদ হোৱাৰ কথা আছিল। সম্প্রতি হৰিদ্বাৰসহ দেশৰ বহু স্থানত ধর্ম সংসদৰ পৰা সংখ্যালঘু সম্প্রদায়ৰ বিৰুদ্ধে উচটনি আৰু বিদ্বেষমূলক ভাষণৰ অভিযোগ উঠিছে। চলিত মাহৰ আৰম্ভণিতে হিমাচল প্রদেশতো ধর্ম সংসদত ঘৃণাৰ ভাষণ দিয়া বুলি অভিযোগ আহে।

তাৰ পৰিপ্রেক্ষিততেই উত্তৰাখণ্ড চৰকাৰক সতর্ক কৰে ছুপ্রিম কোর্টৰ ন্যায়াধীশ এ এম খানউইলকাৰৰ নেতৃত্বাধীন তিনি সদস্যৰ বিচাৰপীঠে। আদালতৰ নির্দেশ, ঘৃণাৰ ভাষণ ৰুধিবলৈ প্রশাসনে কি ব্যৱস্থা লৈছে, সেয়া শপতনামা দি জনাব লাগিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উত্তৰাখণ্ডধর্ম সংসদ
Share5Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
September 30, 2026
51
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
51
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
52
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
55
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
50
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d