ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে উপায়ুক্তৰ সংবাদমেল

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 12, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে ৷ আজি গুৱাহাটীত সংবাদমেল আয়োজন কৰি আজি নিৰ্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা কৰে ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদএইলৈ আজি ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে সংবাদমেলত সদৰি কৰা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে ১২ মে’ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মে, দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ, মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন ২৪ মে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মে, বৈধ মনোনয়ণ-পত্ৰ প্ৰকাশৰ অন্তিম তাৰিখ ২৪ মে’ ৷

৮ জুনত নিৰ্বাচন ৷ ভোট পুণৰ গ্ৰহণৰ দিন ১০ জুন আৰু ভোট গণনা আহা ১২ জুনত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে কাৰবি আংলং জিলাত তৎক্ষণাত প্ৰযোজ্য হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ পৰিল বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ৷

উপায়ুক্তৰ সংবাদমেলআনহাতে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত মুঠ ১০ খন পৰিষদীয় সমষ্টিৰ বাবে কৰ্তৃত্বশীল বিষয়া নিয়োগ কৰা হৈছে বুলি কয় ৷ উক্ত বিষয়াসকল সমষ্টি ক্ৰম অনুসৰি ক্ৰমে, ১০নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত ৰাজেশন টেৰণক উপায়ুক্ত কাৰ্যালয়ৰ ২০ নম্বৰত কোঠাত নিয়োগ কৰাৰ লগতে ১১ নং লাংফেৰৰ বাবে অতিৰিক্ত উপায়ুক্ত ছৈফুদুল্লাখান ২১ নং কোঠা, ১২ নং ফুলনিৰ বাবে হাওৰাঘাটৰ খণ্ড উন্নয়ণ বিষয়া জিদিলি থাউছেন ৪ নং কোঠা, ১৩ নং লাংহিঙৰ বাবে অতিৰিক্ত উপায়ুক্ত ধিৰাজ কুমাৰ জৈন ১২ কোঠা, ১৪ নং কৰকাণ্ঠিৰ বাবে অতিৰিক্ত উপায়ুক্ত নূপুৰ বৰা ১৬ নম্বৰ কোঠা, ১৫ নং মহামায়া সমষ্টিৰ বাবে কলুন্টলি জিমি ১৮ নং কোঠা, ১৮নং লুম্বাজঙৰ বাবে শশীকান্ত তিমুঙ ১ নম্বৰ কোঠা, ১৯ নং ধনশিৰিৰ বাবে লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জুৱেল তিমুঙ ৬ নম্বৰ কোঠা আৰু ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে জলসিঞ্চন বিভাগৰ অতিৰিক্ত অভিযন্তা ওংকাৰ বে’ক ১৫ নম্বৰ কোঠাত প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন-পত্ৰসমূহ গ্ৰহণ কৰিবলৈ নিয়োগ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে ৷

ইয়াৰোপৰি ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীক চাৰে চাৰিলাখ টকা নিৰ্বাচনত ব্যয় কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ বিষয়ে উপায়ুক্তগৰাকীয়ে অৱগত কৰাৰ লগতে জিলাখনৰ স্পৰ্শ কাতৰ আৰু অতি স্পৰ্শকাতৰ নিৰ্বাচন কেন্দ্ৰসমূহ শীঘ্ৰে পৰ্যৱেক্ষণ কৰি জনোৱা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদউল্লেখযোগ্যযে কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ মুঠ ২৬টা পৰিষদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত হব পৰিষদীয় নিৰ্বাচন ৷ আজিৰ সংবাদ মেলত ডিফু নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দিবাকৰ নাথে ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০ খন পৰিষদীয় সমষ্টিৰ সবিশেয় সংবাদমেলত দাঙি ধৰে ৷ বাকীবোৰ সমষ্টিৰ তথ্য এতিয়ালৈকে আহৰণ কৰিব পৰা হোৱা নাই ৷

Tags: PRESS MEETসংবাদমেল
Share4Tweet3Send

Related Posts

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
ADVERTISEMENT
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx