![]()
হোজাই জিলাৰ ৰৌৱাৰপাৰত নিজ পিতৃক ঘপিয়াই হত্যা কৰিলে পুত্ৰ-কন্যাই। পৈতৃক সম্পত্তি নিদিয়াৰ বাবেই হত্যা কৰিলে পিতৃক।
মৃত্যু হোৱা লোকজনৰ নাম হৈছে আব্দুল মন্নান। ঘটনা সংঘটিত কৰাৰ পিছতেই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুই পুত্ৰ-কন্যাই। ইতিমধ্যে এইক্ষেত্ৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।













