ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নৱনিযুক্ত কনিষ্টবলক কি আহ্বান জনালে ডি জিপি ভাস্কৰজ্যোতি মহন্তই পঢ়ক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 15, 2022
Reading Time: 1 min read
A A
0
নৱনিযুক্ত কনিষ্টবলক কি আহ্বান জনালে ডি জিপি ভাস্কৰজ্যোতি মহন্তই পঢ়ক

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল।অসম আৰক্ষী সদ্য ঘোষিত পৰীক্ষা ফলাফল আৰু নিযুক্তি সম্পূৰ্ণ স্বচ্ছ-নিকা।পদসমূহ সম পৰ্যায়ৰ হোৱাৰ বাবে একেলগে হৈছিল পৰীক্ষা।

ডিজিপি ভাস্কৰজ্যোতি মহন্তশাৰীৰিক পৰীক্ষা কেন্দ্ৰ আছিল মুঠ ৩৩টা।বিপৰীতে ২০ ফেব্ৰুৱাৰীত ছেবাই ১০খনক জিলাত পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল।সৰ্বমুঠ ১৪টা শাখা বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।ফলাফল ঘোষণা বাবে দুমাহৰ সময় প্ৰয়োজন হয়- মহন্তই কয়।

ফলাফল ঘোষণাত পলম হোৱা প্ৰসংগত তেওঁ আৰু কয়-৪১৪জন প্ৰাৰ্থীৰ কম্পিউটাৰ চাৰ্টিফিকেট ভুৱা আছিল।সেইসমূহ পৰীক্ষা কৰোঁতে প্ৰয়োজন হৈছিল সময়।বিসংগতিপূৰ্ণ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থী বিৰুদ্ধে চি আই ডিত ৫/২০২২নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও লগতে তেওঁ কয়।

ডি জিপি ইফালে ১৫৪টা SPOৰ পদৰ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ থকা বাবে শনিবাৰে নিযুক্তি দিব পৰা নগল।এতিয়া অৱশ্যে ন্যায়ালয়ে নিযুক্তিৰ দিয়া নির্দেশ দিছে।ন্যায়ালয়ৰ নিৰ্দেশ পালেই কাম-কাজ আগবঢ়াই নিয়া হব- মহন্তই কয়।

ইফালে সদ্য নিযুক্তিৰ প্ৰক্ৰিয়াত কনিষ্টবলৰ UB শাখাত মহিলাৰ প্ৰতিনিধিত্ব ৩০শতাংশলৈ বৃদ্ধি প্ৰচেষ্টা কৰা হয় বুলিও অসম আৰক্ষী সঞ্চালক গৰাকীয়ে কয়।এইবাৰ নিযুক্তিত UB ত২৩.৭৯% মহিলাই নিযুক্তি পাইছে।

আনহাতে ইতিমধ্যে হৈ যোৱা উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু কনিষ্টবল শাৰীৰিক পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা হব বুলিও মহন্তই কয়।তেওঁ জানিব দিয়া মতে ফলাফল ওলাব লগা মুঠ পদ প্ৰায় ৫ হাজাৰ।

ইফালে, নৱনিযুক্ত কনিষ্টবলসকলক ডিজিপিয়ে সতৰ্ক হোৱাৰ আহ্বান জনাই কয়- মধ্যভোগী জালত নপৰিব। কোনোবা মধ্যভোগীয়ে জোতা,কাপোৰ,ট্ৰাংক আদি কিনি দিব বিচাৰিলে নল’ব।

Tags: অসম আৰক্ষীভাস্কৰজ্যোতি মহন্ত
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx