ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য কৃষ্ণ ভট্টৰায়ক মটৰ পৰিবহন চালক আৰু শ্ৰমিক সংগঠনৰ সম্বৰ্ধনা:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 23, 2022
Reading Time: 1 min read
A A
0
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য কৃষ্ণ ভট্টৰায়ক মটৰ পৰিবহন চালক আৰু শ্ৰমিক সংগঠনৰ সম্বৰ্ধনা:

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

আজি ডিফু স্থিত কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ উদ্যোগত সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য কৃষ্ণ ভট্টৰায়ক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷

কৃষ্ণ ভট্টৰায়ক মটৰ পৰিবহন চালক আৰু শ্ৰমিক সংগঠনৰ সম্বৰ্ধনা:সন্থাৰ সভাপতি আব্দুল নুৰ, কোষাধ্যক্ষ দিলবাহাৰ আলি, কাৰ্যবাহী সদস্য কান্ত বসুমতাৰী, মাঞ্জা চালক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক হৰি থাউছেন, কাৰ্যবাহী সদস্য ৰহমত আলীয়ে কৃষ্ণ ভট্টৰায়ক গামোছা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ দীৰ্ঘদিনৰ পৰা নিষ্ঠা আৰু সততাৰে কাম কৰি বৰ্তমান কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মনোনীত সদস্য হিচাপে মনোনীত হোৱাত সন্থাই পৰিষদক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

আনহাতে আজি অনুষ্ঠিত কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সাধাৰণ সম্পাদক কৃষ্ণভট্ৰৰায়ৰ স্থানত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিছাপে হৰি থাউছেনক দায়িত্ব অৰ্পণ কৰে ৷ আনহাতে সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে সন্থাৰ পৰা পোৱা মৰম চেনেহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতলৈ সন্থাৰ সুখ-দুখৰ সমভাগী হৈ থাকিব বুলি কয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পৰিষদৰ মনোনীত সদস্য কৃষ্ণ ভট্টৰায়ক মটৰ পৰিবহন চালক আৰু শ্ৰমিক সংগঠনৰ সম্বৰ্ধনা:
Share8Tweet5Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d