ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

“পশুপালন আৰু দুগ্ধ উৎপাদন ভাৰতৰ দৰে দেশ এখনৰ বাবে ’গৰীৱী’ নিৰ্মূলৰ অন্যতম উপায়”- অমিত শ্বাহ

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
October 7, 2022
Reading Time: 1 min read
A A
0
“পশুপালন আৰু দুগ্ধ উৎপাদন ভাৰতৰ দৰে দেশ এখনৰ বাবে ’গৰীৱী’ নিৰ্মূলৰ অন্যতম উপায়”- অমিত শ্বাহ

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

তিনিদিনীয়া ছিকিম আৰু অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে গেংটকত পূৱ আৰু উত্তৰ-পূৱ মণ্ডল ডেইৰী ক’অপাৰেটিভ কনক্লেভ উদ্বোধন কৰে। উদ্বোধন কৰিয়েই মন্ত্ৰীগৰাকীয়ে বক্তব্যত কয় যে, “হিমালয়ান ৰাজ্য ছিকিমত আজিৰ পৰা ১৫ বছৰৰ আগতে ডেইৰী ক’অপাৰেটিভ কনক্লেভ অনুষ্ঠিত কৰাৰ কথা ভাৱিবই পৰা হোৱা নাছিল।

অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহকিন্তু ছিকিমৰ জনসাধাৰণৰ ত্যাগ আৰু কৰ্মৰাজীৰে তেঁওলোক আজি সমগ্ৰ ভাৰতবৰ্ষৰে জনমানসত সন্মান সহকাৰে উজ্জ্বলি উঠিছে।”আনহাতে উত্তৰ-পূব ভাৰতৰ বাবে গৌৰৱৰ কথা কিয়নো বৰ্তমান সময়ত ছিকিমত ২ লাখ লিটাৰ দুগ্ধ উৎপাদন হয়।

মন্ত্ৰী শ্বাহে কয় যে, “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে প্ৰায় ৬৫ হাজাৰটা সক্ৰিয় পি.এ.চি.এছ. (Primary Agricultural Credit Society) গঠন কৰা হ’ব আৰু অনাগত ৫ টা বছৰৰ ভিতৰত প্ৰত্যেকটো পঞ্চায়ততে একোটাকৈ পি.এ.চি.এছ. আৰু ডেইৰী গঠন কৰা হ’ব আৰু ইয়াৰ সুফল আটাইতকৈ বেছিকৈ লাভ কৰিব উত্তৰ পূৱ ভাৰতে।”

অমিত শ্বাহপশুপালন আৰু দুগ্ধ উৎপাদন ভাৰতৰ দৰে দেশ এখনৰ বাবে ’গৰীৱী’ নিৰ্মূলৰ অন্যতম উপায় বুলি মন্তব্য কৰি মন্ত্ৰী শ্বাহে পশুপালনৰ জৰিয়তে দেশৰ কৃষক সমাজ আৰু বিশেষকৈ মহিলা সমাজ সৱলীকৰণ হ’ব পাৰে বুলি কয়।

গুজৰাটত প্ৰায় ৩৬ লাখ মহিলাই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত প্ৰায় ৫৬ হাজাৰ কোটি টকাৰ কাৰবাৰ কৰি সবলীকৰণ হোৱাৰ ক্ষেত্ৰত সফল হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী শ্বাহে কয় যে, “ভাৰতৰ সামাজিক আৰু আৰ্থিক ক্ষেত্ৰখনত পশুপালনৰ একোটা ঐতিহাসিক মহত্ব আছে।

মাজতে স্বাধীনতাৰ আগত ইংৰাজৰ অধীনত আৰু স্বাধীনতা লাভৰ প্ৰায় ৬৫ বছৰীয়া সময়খিনিত ভাৰতৰ পশুপালন ক্ষেত্ৰখন প্ৰায় নিস্তেজ হৈ পৰিছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এই ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে।”

“দুগ্ধ উৎপাদনে কৃষক সমাজ আৰু বিশেষকৈ মহিলা সমাজক সৱলীকৰণ কৰাৰ লগতে হাজাৰ হাজাৰ শিশু তথা ব্যক্তিক পুষ্টিৰ যোগান ধৰে। পশুপালনৰ আন দুটা লাভ হৈছে প্ৰদূষণ মুক্ত জৈৱিক ইন্ধন আৰু প্ৰাকৃতিক সাৰ। গোবৰ সাৰ ব্যৱহাৰেৰে জৈৱিক কৃষি কৰি লাভাম্বিত হ’ব পৰা যায়। – মন্ত্ৰী অমিত শ্বাহ

পশুপালনৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানৰ বিপৰীতে সমবায় পদ্ধতিতহে কৃষক সকলে প্ৰকৃত মুনাফা লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে পশুধনৰ স্বাস্থ্য ৰক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশৰ ক্ষেত্ৰতে সমবায়ে পশুপালক সকলক সহযোগ কৰিব আৰু মুনাফাৰ ধন পোনপটীয়াকৈ পশুপালক সকলৰ বেংক একাউন্টত জমা হ’ব বুলি উল্লেখ কৰে।

প্ৰাকৃতিকভাৱে চহকী আৰু পানীৰ অভাৱ নথকা উত্তৰ-পূৱ ভাৰতে প্ৰস্তাৱিত PACS (Primary Agricultural Credit Society) আৰু ডেইৰী ফাৰ্মৰ সুবিধাৰ পৰা সম্পূৰ্ণ লাভাম্বিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, “মনোমোহা উত্তৰ পূৱ ভাৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে কেৱল পৰ্যটনৰ বাবেহে জনাজাত আছিল, আৰু অঞ্চলটোত প্ৰকৃত উন্নয়ন প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতহে আৰম্ভ হৈছিল।”

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টলক্ষ্মী নামেৰে সম্বোধন কৰা উত্তৰ পূৱ ভাৰতৰ আঠোখন ৰাজ্যত যাতায়তৰ সুব্যৱস্থা, জলসিঞ্চনৰ ব্য়ৱস্থা, উদ্যোগীকৰণ আদিৰ জড়িয়তে উন্নয়নৰ কাম কৰিবলৈ বিগত সময়ত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰয়াস কৰি আছে বুলি উল্লেখ কৰে মন্ত্ৰী অমিত শ্বাহে ।

ভাৰতত বৰ্তমানে থকা প্ৰায় ২ কোটি পশুপালকৰ সংখ্যা অনাগত সময়ত প্ৰায় ৭ কোটি পৰ্যন্ত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী অমিত শ্বাহে আজিৰ বক্তব্য়ত কয় যে, বৰ্তমানৰ প্ৰায় ৭০ % অসংগঠিত পশুপালকক সংগঠিত কৰিবৰ বাবেও চৰকাৰে কাম কৰিব। সংগঠিত হ’লেহে পশুপালক সকলে উচিত মূল্য় লাভ কৰিব বুলি

উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ দেশৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈও আমি দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানি কৰিবলৈ সক্ষম হ’ব লাগিব যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ মুনাফা আমাৰ পশুপালক সকলে লাভ কৰিবলৈ সক্ষম হয় ।আনহাতে উত্তৰ-পূৱ ভাৰতৰ পৰা দেশৰ দুগ্ধ উৎপাদনৰ প্ৰায় ২০% পৰ্যন্ত উৎপাদন কৰাৰ লক্ষ স্থিৰ কৰি লোৱাৰ কথাও মন্ত্ৰী অমিত শ্বাহে আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

Tags: অমিত শ্বাহ
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx