ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

অৰুণাচলৰ আপাৰ চিয়াঙত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 21, 2022
Reading Time: 1 min read
A A
0
অৰুণাচলৰ আপাৰ চিয়াঙত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। আজি পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো। সেনাৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন হৈছে এডভান্সড লাইট হেলিকপ্টাৰ।

প্ৰাপ্ত খবৰ মতে, আপাৰ চিয়াঙৰ মিগিং গাঁৱৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। সংবাদ মাধ্যম এএনআইয়ে সেনাৰ এজন বিষয়াৰ উদ্ধৃতিৰে জনোৱা মতে, হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চললৈ কোনো পথ নাই। অতি দূৰ্গম অঞ্চল।

কিন্তু উদ্ধাৰকাৰীয়ে ক্ষিপ্ৰতাৰে উক্ত অঞ্চলত উপনীত হʼবলৈ চেষ্টা কৰিছে। ইতিমধ্যে এটা দল দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। সেনাৰ সূত্ৰই জনোৱা মতে, হতাহতিৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰকাৰীয়ে কয় যে যʼত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে তাত উদ্ধাৰকাৰীয়ে কাম সম্পন্ন কৰাটো অতি প্ৰত্যাহ্বানজনক।

আপাৰ চিয়াঙৰ আৰক্ষী অধীক্ষক জুম্মাৰ বাছাৰে কয়, “অতি দুৰ্গম অঞ্চলত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্গম পাহাৰীয়া পথটো পাৰ হৈ উদ্ধাৰকাৰীয়ে সেই স্থানত উপনীত হʼবলৈ বহু সময় লাগিব। কিন্তু যিমান পাৰি সোনকালে তাত উপনীত হোৱাৰ প্ৰচেষ্টা চলি আছে।”

দুৰ্ঘটনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ভিডিঅʼটোত ঘন গছ-গছনিৰে আবৃত পাহাৰৰ এটা অংশৰ পৰা কʼলা ধোঁৱা অহা দেখিবলৈ পোৱা গৈছে। এটা টুইটত তেওঁ কয়, “অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ভয়ংকৰ ভিডিঅʼ পাইছো। সকলো ভালে থাকক বুলি প্ৰাৰ্থনা কৰিছো।”

উল্লেখ্য, অৰুণাচলৰ টাৱাঙত ৫ অক্টোবৰত ৰুটিন অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ ‘চিতা’ হেলিকপ্টাৰ। সেই দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হৈছিল। আহত হৈছিল আন এজন লোক। উক্ত ঘটনাৰ ১৫ দিনৰ পাছত পুনৰ একে ঘটনা ঘটে। কিন্তু এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।

Tags: অৰুণাচল
Share4Tweet3Send

Related Posts

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx