ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি, কেএছএ, কেএনচিএৰ ধৰ্ণা:

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
December 20, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
কমতাপুৰ (Kamtapur) আৰু ইষ্টাৰ্ণ নাগালেণ্ডক (Eastern Nagaland) লৈ দুখন সুকীয়া ৰাজ্য (Separate state) গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে (Central Goverment) প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত (Media) চৰ্চিত হৈ অহাৰ সময়তে কাৰ্বি আংলং (Karbi Anglong) আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য (Autonomous State) গঠনৰ দাবীত (Claim to form) পুনৰ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলা (Hill district) কেইখনৰ দল-সংগঠন (Party-organization)।

স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা
স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা:

ভাৰতৰ সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত অসমৰ পাহাৰীয়া জিলা কেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত আজি ডিফুস্থিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতা-কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

RELATED POSTS

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বেʼকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বক্তা সকলে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত সৰৱ হৈ পৰা পৰিলক্ষিত হয়।

HILLp2 | ASSAM TIMES POST

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত বিগত ৩৬ বছৰে পাহাৰীয়া এলেকাটোত শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান নকৰা বুলি আক্ষেপ প্ৰকাশ কৰে।

অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে দল-সংগঠনসমূহে দাবী জনাই অহা বুলি সভাপতি গৰাকীয়ে কয়। আনহাতে, ইষ্টাৰ্ণ নাগালেণ্ড আৰু কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ʼযাকেই ভাল পায় তাকেই ৰাজ্য দিয়াʼ নীতিৰ ফলত পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব প্ৰদান নকৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহʼব বুলি লগতে সভাপতি গৰাকীয়ে হুংকাৰ প্ৰদান কৰে।

Tags: Sit-in demanding autonomous stateস্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা
Share4Tweet3Send

Related Posts

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
ADVERTISEMENT
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx