ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মঞ্চতেই এজন দৰ্শকৰ দূব্যৱহাৰঃ অলংকৃতাক হাতত ধৰি টানি ৰখাৰ চেষ্টা-

Staff Reporter by Staff Reporter
November 18, 2019
Reading Time: 1 min read
A A
0
মঞ্চতেই এজন দৰ্শকৰ দূব্যৱহাৰঃ অলংকৃতাক হাতত ধৰি টানি ৰখাৰ চেষ্টা-

RELATED POSTS

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

ৰূপাংকৃতা-অলংকৃতা; বৰ্তমান এওঁলোকৰ চিনাকী কোনো লোকক বিতংকৈ দিয়াৰ প্ৰয়োজন নাই। দুয়োগৰাকীৰ কন্ঠই বৰ্তমান আকৃষ্ট কৰিছে সাধাৰণজনক। দুই ভগ্নীৰ কন্ঠৰ লগতে তেওঁলোকৰ একে ধৰণৰ সাজপাৰেও দৰ্শকৰ সমাদৰ লাভ কৰিছে বুলি ক’লেও হয়টো বেছি কোৱা নহ’ব।

72532315 453598038607913 1022154146204084479 n1 | ASSAM TIMES POST

অসমৰ চুকে-কোণে প্ৰায় সকলো ঠাইতে মঞ্চত গীত পৰিৱেশন কৰি নিজৰ অনুৰাগীৰ তালিকা বৃদ্ধি কৰি পেলাইছে এই দুয়োগৰাকী কন্ঠশিল্পীয়ে। কিন্তু যোৱাকালি হেকৰাত ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ঘটিল এক অঘটন। মঞ্চত গীত পৰিৱেশন কৰি থকা সময়ছোৱাতে কন্ঠশিল্পী অলংকৃতাক এজন দৰ্শকৰ দূব্যৱহাৰ। অনুৰাগীৰ মাজলৈ আহি যেতিয়া অলংকৃতাই নিজৰ গীত পৰিৱেশন কৰাৰ লগতে অনুৰাগীৰ লগত “হেণ্ডচেক” কৰি আছিল ঠিক তেনে সময়তে অলংকৃতাক এজন দৰ্শকে হাতত ধৰি টানি ৰাখিবলৈ চেষ্টা কৰে। চাওঁক এই ভিডিঅ’-

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/11/WhatsApp-Video-2019-11-16-at-3.56.32-PM.mp4

এনে অপ্ৰস্তুত এটা মূহুৰ্তৰ সন্মুখীন হৈও কিন্তু কন্ঠশিল্পী অলংকৃতাই নিজৰ গীত পৰিৱেশন কৰি গ’ল।

SOURCE: https://rupaliparda.com/archives/8006

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Alankritaassamese filmassamese newsAssamese SingerRupankrita
Share10Tweet4Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

by News Desk
October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
50
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

ADVERTISEMENT
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d